Assamese Bible Languages

Indian Language Bible Word Collections
Total 20 Verses, Selected Verse 2 / 20
1 2 3 4 5 6 7 8 9 10
  • আপোনালোকে এই কথাও জানে যে, আমি আগেয়ে ফিলিপী নগৰত অনেক দুখভোগ কৰিছিলোঁ আৰু আমাক অপমানিত কৰা হৈছিল। তেতিয়া নানা বিৰোধিতাৰ মাজতো আমি আপোনালোকৰ আগত শুভবাৰ্তা কবলৈ আমাৰ ঈশ্বৰত সাহস পালোঁ।
Total 20 Verses, Selected Verse 2 / 20
1 2 3 4 5 6 7 8 9 10
×

Alert

×

Assamese Letters Keypad References