Assamese Bible Languages

Indian Language Bible Word Collections
Total 38 Verses, Selected Verse 37 / 38
  • আমাৰ পাপৰ বাবে আমাৰ ওপৰত নিযুক্ত কৰা ৰজাসকললৈ আমাৰ দেশত উৎপন্ন হোৱা উত্তম শস্যবোৰ যায়। তেওঁলোকে ভাল পোৱাৰ দৰেই আমাৰ শৰীৰৰ আৰু আমাৰ জীৱ-জন্তুবোৰৰ ওপৰত ৰাজত্ৱ কৰে। সেয়ে আমি বৰ দুখত আছোঁ।
Total 38 Verses, Selected Verse 37 / 38
×

Alert

×

Assamese Letters Keypad References