Assamese Bible Languages

Indian Language Bible Word Collections
Total 23 Verses, Selected Verse 22 / 23
  • কিন্তু যেতিয়া যোচেফে শুনিলে যে যিহুদীয়াত পিতৃ হেৰোদৰ স্থানত তেওঁৰ পুত্র আৰ্খিলায়ে ৰাজ্য শাসন কৰিছে, তেতিয়া তেওঁ তালৈ উলটি যাবৰ বাবে ভয় কৰিলে; পাছত ঈশ্বৰে এক সপোনত সাৱধান কৰি দিয়াত তেওঁ গালীল প্ৰদেশলৈ গ’ল,
Total 23 Verses, Selected Verse 22 / 23
×

Alert

×

Assamese Letters Keypad References