Assamese Bible Languages

Indian Language Bible Word Collections
Total 37 Verses, Selected Verse 26 / 37
  • তথাপিও, মনচিয়ে যি সকলো কাম কৰি যিহোৱাক ক্রুদ্ধ কৰি তুলিছিল, সেইবোৰৰ কাৰণে যিহূদাৰ বিৰুদ্ধে যিহোৱাৰ যি ভয়ঙ্কৰ ক্রোধ প্রজ্বলিত হৈ উঠিছিল, সেই ক্ৰোধৰ পৰা তেওঁ নুঘূৰিল।
Total 37 Verses, Selected Verse 26 / 37
×

Alert

×

Assamese Letters Keypad References