Assamese Bible Languages

Indian Language Bible Word Collections
Total 36 Verses, Selected Verse 1 / 36
  • হান্নাই প্ৰাৰ্থনা কৰিলে আৰু ক’লে, “মোৰ মনে যিহোৱাত আনন্দ কৰিছে; মোৰ শক্তি যিহোৱাত মোৰ গৰ্ব্ব হৈছে; শত্ৰুবোৰৰ আগত মই দৃঢ়তাৰে কথা ক’ব পৰা হৈছোঁ কাৰণ মই আপোনাৰ পৰিত্ৰাণত উল্লাসিত হৈছোঁ।
Total 36 Verses, Selected Verse 1 / 36
×

Alert

×

Assamese Letters Keypad References