Assamese Bible Languages

Indian Language Bible Word Collections
Total 25 Verses, Selected Verse 21 / 25
  • তাৰ পৰা আগুৱাই গৈ যীচুৱে যাকোব আৰু যোহন নামৰ আন দুজন ভাই-ককাইক দেখা পালে। তেওঁলোক চিবদিয়ৰ পুতেক আছিল। বাপেক চিবদিয়ৰ সৈতে তেওঁলোকে নাৱত বহি নিজৰ নিজৰ জালবোৰ ঠিক কৰি আছিল। যীচুৱে তেওঁলোকক মাতিলে।
Total 25 Verses, Selected Verse 21 / 25
×

Alert

×

Assamese Letters Keypad References