Assamese Bible Languages

Indian Language Bible Word Collections
IRVAS
5. তাতে পলেষ্টীয়াসকলৰ অধিপতিসকল তাইৰ ওচৰলৈ আহিল আৰু তাইক ক’লে, “তই তাক ফুচুলাই তাৰ এই গোপণ ৰহস্য জানিবলৈ চেষ্টা কৰ। তেতিয়া তাক কি দৰে ধৰি বান্ধিব পাৰিম, সেই বিষয়ে জানিব পাৰিম আৰু আমি তাক ইচ্ছামতে চলাব পাৰিম। যদি তই এইটো কাম কৰি দিয়, আমি প্রত্যেকে তোক এঘাৰ শ চেকল[† এঘাৰ শ চেকল ৰূপৰ মুদ্ৰা মানে প্ৰায় 60 কিলোগ্ৰাম ৰূপ বা তিনি বছৰৰ দৰমহা ] ৰূপৰ মুদ্ৰা দিম।”



KJV

AMP

KJVP

YLT

ASV

WEB

NASB

ESV

RV

RSV

NKJV

MKJV

AKJV

NRSV

NIV

NIRV

NLT

MSG

GNB

NET

ERVEN



Total 31 Verses, Selected Verse 5 / 31
  • তাতে পলেষ্টীয়াসকলৰ অধিপতিসকল তাইৰ ওচৰলৈ আহিল আৰু তাইক ক’লে, “তই তাক ফুচুলাই তাৰ এই গোপণ ৰহস্য জানিবলৈ চেষ্টা কৰ। তেতিয়া তাক কি দৰে ধৰি বান্ধিব পাৰিম, সেই বিষয়ে জানিব পাৰিম আৰু আমি তাক ইচ্ছামতে চলাব পাৰিম। যদি তই এইটো কাম কৰি দিয়, আমি প্রত্যেকে তোক এঘাৰ শ চেকল† এঘাৰ শ চেকল ৰূপৰ মুদ্ৰা মানে প্ৰায় 60 কিলোগ্ৰাম ৰূপ বা তিনি বছৰৰ দৰমহা ৰূপৰ মুদ্ৰা দিম।”
Total 31 Verses, Selected Verse 5 / 31
×

Alert

×

Assamese Letters Keypad References