Assamese Bible Languages

Indian Language Bible Word Collections
Total 37 Verses, Selected Verse 32 / 37
  • {#1বিশ্বাসী সকলৰ সহভাগিতা } বিশ্বাসী সকল মনে-প্ৰাণে এক হৈ আছিল। তেওঁলোকৰ কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি দাবী নকৰিলে, বৰং তেওঁলোকে আটাই বস্তু উমৈহতীয়াকৈ ৰাখিলে।
Total 37 Verses, Selected Verse 32 / 37
×

Alert

×

Assamese Letters Keypad References