অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {#1যাত্ৰাৰ সঙ্গীত } [QS]ইস্ৰায়েলে কওঁক, [QE][QS]“যৌৱন কালৰ পৰাই তেওঁলোকে মোক অনেক আক্রমণ কৰিলে।” [QE]
2. [QS]“যৌৱন কালৰে পৰা তেওঁলোকে মোক অনেক দুখ দিলে; [QE][QS]তথাপি মোক জিনিব পৰা নাই। [QE]
3. [QS]হালোৱাই মোৰ পিঠিত হাল বালে; [QE][QS]তেওঁলোকে দীঘলকৈ সীৰলু কাটিলে।” [QE]
4. [QS]যিহোৱা ধাৰ্মিক; তেওঁ মোক দুষ্টলোকৰ দাসত্বৰ পৰা মুক্ত কৰিলে[* তেওঁ দুষ্টবোৰৰ ৰচীবোৰ ছিঙি পেলালে। ]। [QE]
5. [QS]যিসকলে চিয়োনক ঘিণ কৰে, [QE][QS]তেওঁলোক লজ্জিত হওঁক, বিমুখ হওঁক। [QE]
6. [QS]তেওঁলোক ঘৰৰ চালৰ ওপৰত গজা ঘাঁহৰ দৰে হওঁক, [QE][QS]যি নৌ বাঢ়োতেই শুকাই যায়; [QE]
7. [QS]যেয়ে তাক দাব বিচাৰে, তাৰে তেওঁৰ হাতৰ মুঠি পূৰ নহয়, [QE][QS]যেয়ে তাক ডাঙৰি বান্ধিব বিচাৰে, তাৰে তেওঁৰ ভড়াল পূর্ণ নহয়। [QE]
8. [QS]বাটৰুৱাবোৰে সেই ফালেদি গ’লে তেওঁলোকক এনেদৰে নকয়, [QE][QS]“তোমালোকৰ ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ থাকক! [QE][QS]যিহোৱাৰ নামেৰে আমি তোমালোকক আশীৰ্ব্বাদ দিছোঁ।” [QE]
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 129 / 150
যাত্ৰাৰ সঙ্গীত 1 ইস্ৰায়েলে কওঁক, “যৌৱন কালৰ পৰাই তেওঁলোকে মোক অনেক আক্রমণ কৰিলে।” 2 “যৌৱন কালৰে পৰা তেওঁলোকে মোক অনেক দুখ দিলে; তথাপি মোক জিনিব পৰা নাই। 3 হালোৱাই মোৰ পিঠিত হাল বালে; তেওঁলোকে দীঘলকৈ সীৰলু কাটিলে।” 4 যিহোৱা ধাৰ্মিক; তেওঁ মোক দুষ্টলোকৰ দাসত্বৰ পৰা মুক্ত কৰিলে[* তেওঁ দুষ্টবোৰৰ ৰচীবোৰ ছিঙি পেলালে। ]। 5 যিসকলে চিয়োনক ঘিণ কৰে, তেওঁলোক লজ্জিত হওঁক, বিমুখ হওঁক। 6 তেওঁলোক ঘৰৰ চালৰ ওপৰত গজা ঘাঁহৰ দৰে হওঁক, যি নৌ বাঢ়োতেই শুকাই যায়; 7 যেয়ে তাক দাব বিচাৰে, তাৰে তেওঁৰ হাতৰ মুঠি পূৰ নহয়, যেয়ে তাক ডাঙৰি বান্ধিব বিচাৰে, তাৰে তেওঁৰ ভড়াল পূর্ণ নহয়। 8 বাটৰুৱাবোৰে সেই ফালেদি গ’লে তেওঁলোকক এনেদৰে নকয়, “তোমালোকৰ ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ থাকক! যিহোৱাৰ নামেৰে আমি তোমালোকক আশীৰ্ব্বাদ দিছোঁ।”
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 129 / 150
×

Alert

×

Assamese Letters Keypad References