Assamese Bible Languages

Indian Language Bible Word Collections
1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: সুৰ: মহলৎ। মচকীল নামে দায়ুদৰ ৰচিত গীত। } [QS]নির্বোধে নিজৰ মনতে ক’লে, “ঈশ্বৰ বুলি কোনো নাই।” [QE][QS]তেওঁলোকৰ স্বভাৱ দুর্নীতিগ্রস্ত; তেওঁলোকে জঘন্য কার্য কৰে; [QE][QS]তেওঁলোকৰ মাজত এজনো সৎকৰ্ম কৰা লোক নাই। [QE]
2. [QS]ঈশ্বৰে স্বর্গৰপৰা মানৱজাতিলৈ দৃষ্টি কৰে, [QE][QS]তেওঁ চাব বিচাৰে, জ্ঞানী লোক আছে নে নাই; [QE][QS]ঈশ্বৰক বিচাৰোতা কোনো আছে নে নাই। [QE]
3. [QS]তেওঁলোক সকলোৱেই আঁতৰি গ’ল, সকলোৱেই একেলগে অপবিত্র হ’ল; [QE][QS]সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই। [QE]
4. [QS]“যিসকলে অপৰাধ কার্যত লিপ্ত হয়, তেওঁলোক কি একোৱেই নুবুজে নেকি? [QE][QS]তেওঁলোকে মোৰ লোকসকলক লুটপাত কৰে[* লোকসকলে আহাৰ খোৱাৰ দৰে মোৰ প্ৰজাসকলক খাই পেলায় ]। [QE][QS]তেওঁলোকে ঈশ্বৰৰ আগত প্ৰাৰ্থনা নকৰে। [QE]
5. [QS]আগতে যি ঠাইত তেওঁলোকৰ কোনো ভয় কৰাৰ কাৰণ নাছিল, তাত এতিয়া তেওঁলোকৰ অতিশয় ভয় হ’ল; [QE][QS]ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে অহা সকলক সিচঁৰিত কৰিলে[† কিয়নো তোমালোকৰ বিৰুদ্ধে ছাউনি পতাসকলৰ হাড়বোৰ ঈশ্বৰে সিচঁৰতি কৰিব। ]। [QE][QS]সেয়ে তেওঁলোকক লাজত পেলোৱা হ’ব, কিয়নো ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে [‡ ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে, সেয়ে তুমি তেওঁলোকক লাজত পেলাবা। ]। [QE]
6. [QS]ইস্রায়েলৰ পৰিত্ৰাণ চিয়োনৰ মাজৰ পৰাই আহঁক! [QE][QS]যিহোৱাই যেতিয়া নিজৰ প্ৰজাসকলৰ ভৱিষ্যত পুনৰ স্থাপন কৰিব, [QE][QS]তেতিয়া যাকোবৰ বংশই উল্লাস কৰিব আৰু ইস্ৰায়েল আনন্দিত হ’ব। [QE]
Total 150 Chapters, Selected Chapter 53 / 150
1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: সুৰ: মহলৎ। মচকীল নামে দায়ুদৰ ৰচিত গীত। } নির্বোধে নিজৰ মনতে ক’লে, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোকৰ স্বভাৱ দুর্নীতিগ্রস্ত; তেওঁলোকে জঘন্য কার্য কৰে; তেওঁলোকৰ মাজত এজনো সৎকৰ্ম কৰা লোক নাই। 2 ঈশ্বৰে স্বর্গৰপৰা মানৱজাতিলৈ দৃষ্টি কৰে, তেওঁ চাব বিচাৰে, জ্ঞানী লোক আছে নে নাই; ঈশ্বৰক বিচাৰোতা কোনো আছে নে নাই। 3 তেওঁলোক সকলোৱেই আঁতৰি গ’ল, সকলোৱেই একেলগে অপবিত্র হ’ল; সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই। 4 “যিসকলে অপৰাধ কার্যত লিপ্ত হয়, তেওঁলোক কি একোৱেই নুবুজে নেকি? তেওঁলোকে মোৰ লোকসকলক লুটপাত কৰে* লোকসকলে আহাৰ খোৱাৰ দৰে মোৰ প্ৰজাসকলক খাই পেলায় তেওঁলোকে ঈশ্বৰৰ আগত প্ৰাৰ্থনা নকৰে। 5 আগতে যি ঠাইত তেওঁলোকৰ কোনো ভয় কৰাৰ কাৰণ নাছিল, তাত এতিয়া তেওঁলোকৰ অতিশয় ভয় হ’ল; ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে অহা সকলক সিচঁৰিত কৰিলে[† কিয়নো তোমালোকৰ বিৰুদ্ধে ছাউনি পতাসকলৰ হাড়বোৰ ঈশ্বৰে সিচঁৰতি কৰিব। ]। সেয়ে তেওঁলোকক লাজত পেলোৱা হ’ব, কিয়নো ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে [‡ ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে, সেয়ে তুমি তেওঁলোকক লাজত পেলাবা। ]। 6 ইস্রায়েলৰ পৰিত্ৰাণ চিয়োনৰ মাজৰ পৰাই আহঁক! যিহোৱাই যেতিয়া নিজৰ প্ৰজাসকলৰ ভৱিষ্যত পুনৰ স্থাপন কৰিব, তেতিয়া যাকোবৰ বংশই উল্লাস কৰিব আৰু ইস্ৰায়েল আনন্দিত হ’ব।
Total 150 Chapters, Selected Chapter 53 / 150
×

Alert

×

Assamese Letters Keypad References