Assamese Bible Languages

Indian Language Bible Word Collections
1. {#1যাত্ৰাৰ সঙ্গীত } [QS]হে যিহোৱা, মই গভীৰ কষ্টৰ মাজত থাকি তোমাক মাতিছো। [QE]
2. [QS]হে প্ৰভু, মোৰ স্বৰ শুনা! [QE][QS]মোৰ কাকুতিৰ স্বৰলৈ তুমি মনোযোগ দিয়া! [QE]
3. [QS]হে যিহোৱা, তুমি যদি অপৰাধ ধৰি ৰাখা, [QE][QS]তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে? [QE]
4. [QS]কিন্তু তোমাৰ ওচৰত ক্ষমা আছে, [QE][QS]যেন মানুহে তোমাক ভয় কৰে। [QE]
5. [QS]মই যিহোৱালৈ অপেক্ষা কৰিছোঁ, মোৰ প্ৰাণে অপেক্ষা কৰিছে, [QE][QS]মই তেওঁৰ বাক্যত আশা কৰিছোঁ। [QE]
6. [QS]প্রহৰীসকলে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰে, [QE][QS]হয়, তেওঁলোকে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰি থাকে, [QE][QS]যিহোৱাৰ কাৰণে মোৰ প্রাণে তাতোকৈ অধিক বেচি অপেক্ষা কৰি আছে। [QE]
7. [QS]হে ইস্ৰায়েল, যিহোৱাৰ ওপৰত আশা ৰাখা, কিয়নো যিহোৱাৰ লগত সুস্থিৰ প্রেম আছে; [QE][QS]তেওঁৰ মুক্তি দিয়াৰ মহান ক্ষমতা আছে। [QE]
8. [QS]তেৱেঁ ইস্ৰায়েলক মুক্ত কৰিব, [QE][QS]সকলো অপৰাধৰ পৰা মুক্ত কৰিব। [QE]
Total 150 Chapters, Selected Chapter 130 / 150
যাত্ৰাৰ সঙ্গীত 1 হে যিহোৱা, মই গভীৰ কষ্টৰ মাজত থাকি তোমাক মাতিছো। 2 হে প্ৰভু, মোৰ স্বৰ শুনা! মোৰ কাকুতিৰ স্বৰলৈ তুমি মনোযোগ দিয়া! 3 হে যিহোৱা, তুমি যদি অপৰাধ ধৰি ৰাখা, তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে? 4 কিন্তু তোমাৰ ওচৰত ক্ষমা আছে, যেন মানুহে তোমাক ভয় কৰে। 5 মই যিহোৱালৈ অপেক্ষা কৰিছোঁ, মোৰ প্ৰাণে অপেক্ষা কৰিছে, মই তেওঁৰ বাক্যত আশা কৰিছোঁ। 6 প্রহৰীসকলে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰে, হয়, তেওঁলোকে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰি থাকে, যিহোৱাৰ কাৰণে মোৰ প্রাণে তাতোকৈ অধিক বেচি অপেক্ষা কৰি আছে। 7 হে ইস্ৰায়েল, যিহোৱাৰ ওপৰত আশা ৰাখা, কিয়নো যিহোৱাৰ লগত সুস্থিৰ প্রেম আছে; তেওঁৰ মুক্তি দিয়াৰ মহান ক্ষমতা আছে। 8 তেৱেঁ ইস্ৰায়েলক মুক্ত কৰিব, সকলো অপৰাধৰ পৰা মুক্ত কৰিব।
Total 150 Chapters, Selected Chapter 130 / 150
×

Alert

×

Assamese Letters Keypad References