Assamese Bible Languages

Indian Language Bible Word Collections
1. {#1প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত } [QS]সঙ্কটৰ কালত যিহোৱাই তোমাক উত্তৰ দিয়ক, [QE][QS]যাকোবৰ ঈশ্বৰৰ নামে তোমাক সুৰক্ষা দিয়ক, [QE]
2. [QS]তেওঁৰ পবিত্ৰ স্থানৰ পৰা তেওঁ তোমাক সহায় কৰক; [QE][QS]তেওঁ চিয়োনৰ পৰা তোমাক শক্তি দান কৰক। [QE]
3. [QS]তোমাৰ সকলো উৎসৰ্গৰ কথা তেওঁ সোঁৱৰণ কৰক; [QE][QS]তোমাৰ হোম-বলিবোৰ তেওঁ গ্ৰহণ কৰক। (চেলা) [QE]
4. [QS]তোমাৰ সকলো মনৰ ইচ্ছা তেওঁ পূৰ কৰক। [QE][QS]তোমাৰ সকলো পৰিকল্পনা তেওঁ সিদ্ধ কৰক। [QE]
5. [QS]তোমাৰ বিজয়ত আমি যেন আনন্দ-ধ্বনি কৰিম; [QE][QS]আমাৰ ঈশ্বৰৰ নামত আমি নিচান তুলিম; [QE][QS]যিহোৱাই তোমাৰ সকলো প্ৰাৰ্থনা সাম্ফল কৰক। [QE]
6. [QS]এতিয়া মই জানো, [QE][QS]যিহোৱাই তেওঁৰ অভিষিক্ত জনক সহায় কৰিব, [QE][QS]তেওঁৰ সোঁ হাতৰ বিজয়সূচক পৰিত্রাণেৰে সৈতে, [QE][QS]তেওঁ নিজৰ পবিত্ৰ স্বৰ্গৰ পৰা অভিষিক্ত জনাৰ মাতত উত্তৰ দিব। [QE]
7. [QS]অনেকে তেওঁলোকৰ ৰথত, [QE][QS]অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে; [QE][QS]কিন্তু আমি হলে অহংকাৰ কৰোঁ আমাৰ ঈশ্বৰ যিহোৱাৰ নামত। [QE]
8. [QS]তেওঁলোক পৰিব আৰু পতন হ’ব। [QE][QS]কিন্তু আমি হলে মূৰ দাঙি থিয় হৈ থাকিম। [QE]
9. [QS]হে যিহোৱা, ৰজাক উদ্ধাৰ কৰা; [QE][QS]আমি প্ৰাৰ্থনা কৰা কালত আমাক উত্তৰ দিয়া। [QE]
Total 150 Chapters, Selected Chapter 20 / 150
প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত 1 সঙ্কটৰ কালত যিহোৱাই তোমাক উত্তৰ দিয়ক, যাকোবৰ ঈশ্বৰৰ নামে তোমাক সুৰক্ষা দিয়ক, 2 তেওঁৰ পবিত্ৰ স্থানৰ পৰা তেওঁ তোমাক সহায় কৰক; তেওঁ চিয়োনৰ পৰা তোমাক শক্তি দান কৰক। 3 তোমাৰ সকলো উৎসৰ্গৰ কথা তেওঁ সোঁৱৰণ কৰক; তোমাৰ হোম-বলিবোৰ তেওঁ গ্ৰহণ কৰক। (চেলা) 4 তোমাৰ সকলো মনৰ ইচ্ছা তেওঁ পূৰ কৰক। তোমাৰ সকলো পৰিকল্পনা তেওঁ সিদ্ধ কৰক। 5 তোমাৰ বিজয়ত আমি যেন আনন্দ-ধ্বনি কৰিম; আমাৰ ঈশ্বৰৰ নামত আমি নিচান তুলিম; যিহোৱাই তোমাৰ সকলো প্ৰাৰ্থনা সাম্ফল কৰক। 6 এতিয়া মই জানো, যিহোৱাই তেওঁৰ অভিষিক্ত জনক সহায় কৰিব, তেওঁৰ সোঁ হাতৰ বিজয়সূচক পৰিত্রাণেৰে সৈতে, তেওঁ নিজৰ পবিত্ৰ স্বৰ্গৰ পৰা অভিষিক্ত জনাৰ মাতত উত্তৰ দিব। 7 অনেকে তেওঁলোকৰ ৰথত, অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে; কিন্তু আমি হলে অহংকাৰ কৰোঁ আমাৰ ঈশ্বৰ যিহোৱাৰ নামত। 8 তেওঁলোক পৰিব আৰু পতন হ’ব। কিন্তু আমি হলে মূৰ দাঙি থিয় হৈ থাকিম। 9 হে যিহোৱা, ৰজাক উদ্ধাৰ কৰা; আমি প্ৰাৰ্থনা কৰা কালত আমাক উত্তৰ দিয়া।
Total 150 Chapters, Selected Chapter 20 / 150
×

Alert

×

Assamese Letters Keypad References