Assamese Bible Languages

Indian Language Bible Word Collections
1. {#1যাত্ৰাৰ সঙ্গীত } [QS]হে যিহোৱাৰ দাসবোৰ, [QE][QS]তোমালোকৰ যিসকলে যিহোৱাৰ গৃহত ৰাতি থিয় হৈ তেওঁৰ পৰিচর্যা কৰি থাকা, [QE][QS]তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা। [QE]
2. [QS]তোমালোকে পবিত্ৰ স্থানৰ ফাললৈ নিজৰ নিজৰ হাত তুলি যিহোৱাৰ ধন্যবাদ কৰা। [QE]
3. [QS]যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰক। [QE]
Total 150 Chapters, Selected Chapter 134 / 150
যাত্ৰাৰ সঙ্গীত 1 হে যিহোৱাৰ দাসবোৰ, তোমালোকৰ যিসকলে যিহোৱাৰ গৃহত ৰাতি থিয় হৈ তেওঁৰ পৰিচর্যা কৰি থাকা, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা। 2 তোমালোকে পবিত্ৰ স্থানৰ ফাললৈ নিজৰ নিজৰ হাত তুলি যিহোৱাৰ ধন্যবাদ কৰা। 3 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰক।
Total 150 Chapters, Selected Chapter 134 / 150
×

Alert

×

Assamese Letters Keypad References