Assamese Bible Languages

Indian Language Bible Word Collections
1. {দায়ুদৰ ৰচিত যাত্ৰাৰ সঙ্গীত। } [QS]ই কেনে উত্তম আৰু কেনে আনন্দময় হয়, [QE][QS]যেতিয়া স্বজাতীয় লোকে একেলগে ঐক্যতাৰে বাস কৰে! [QE]
2. [QS]তেওঁলোক মূৰত ঢলা বহুমূল্য তেলৰ নিচিনা, [QE][QS]যি তললৈ দাঢ়িলৈকৈ নামি আহে, [QE][QS]হাৰোণৰেই দাঢ়িৰ ওপৰেদি নামি গৈ [QE][QS]তেওঁৰ বস্ত্ৰৰ ডিঙিলৈকে বৈ আহিল! [QE]
3. [QS]সেয়ে হৰ্মোণ পর্বতৰ নিয়ৰৰ নিচিনা, [QE][QS]যি চিয়োনৰ পৰ্বতমালাৰ ওপৰলৈ নামি আহিল; [QE][QS]কিয়নো তাত যিহোৱাই তেওঁৰ আশীৰ্ব্বাদৰ ৰায় দিলে, [QE][QS]অনন্ত কালৰ নিমিত্তে জীৱনৰ ৰায় দিলে। [QE]
Total 150 Chapters, Selected Chapter 133 / 150
1 {দায়ুদৰ ৰচিত যাত্ৰাৰ সঙ্গীত। } ই কেনে উত্তম আৰু কেনে আনন্দময় হয়, যেতিয়া স্বজাতীয় লোকে একেলগে ঐক্যতাৰে বাস কৰে! 2 তেওঁলোক মূৰত ঢলা বহুমূল্য তেলৰ নিচিনা, যি তললৈ দাঢ়িলৈকৈ নামি আহে, হাৰোণৰেই দাঢ়িৰ ওপৰেদি নামি গৈ তেওঁৰ বস্ত্ৰৰ ডিঙিলৈকে বৈ আহিল! 3 সেয়ে হৰ্মোণ পর্বতৰ নিয়ৰৰ নিচিনা, যি চিয়োনৰ পৰ্বতমালাৰ ওপৰলৈ নামি আহিল; কিয়নো তাত যিহোৱাই তেওঁৰ আশীৰ্ব্বাদৰ ৰায় দিলে, অনন্ত কালৰ নিমিত্তে জীৱনৰ ৰায় দিলে।
Total 150 Chapters, Selected Chapter 133 / 150
×

Alert

×

Assamese Letters Keypad References