Assamese Bible Languages

Indian Language Bible Word Collections
1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত। } [QS]হে যিহোৱা, আৰু কিমান কাল? [QE][QS]তুমি চিৰকালেই মোক পাহৰি থাকিবা নেকি? [QE][QS]মোৰ পৰা কিমান দিনলৈ [QE][QS]তুমি তোমাৰ মুখ লুকুৱাই ৰাখিবা? [QE]
2. [QS]কিমান দিনলৈনো মই মোৰ মনৰ মাজত দুখৰ বোজা বহন কৰি প্রতিদিনে অন্তৰত বেদনা লৈ থাকিব লাগিব? [QE][QS]কিমান দিনলৈ তুমি মোৰ শত্রুক মোৰ ওপৰত উন্নত কৰি ৰাখিবা? [QE]
3. [QS]হে মোৰ ঈশ্বৰ যিহোৱা, [QE][QS]মোলৈ দৃষ্টি কৰা, মোক উত্তৰ দিয়া! [QE][QS]মোৰ দুচকু আলোকিত কৰা, নহলে মই মৃত্যুনিদ্ৰাত টোপনি যাম। [QE]
4. [QS]মোৰ শত্রুৱে তেতিয়া ক’ব, “মই জয়ী হলোঁ;” [QE][QS]মই অস্থিৰ হোৱাত শত্রুবোৰে আনন্দ কৰিব। [QE]
5. [QS]কিন্তু মই তোমাৰ দৃঢ় প্রেমত ভাৰসা কৰিছোঁ; [QE][QS]তুমি মোক পৰিত্রাণ কৰিবা আৰু মোৰ মন আনন্দিত হ’ব। [QE]
6. [QS]মই যিহোৱাৰ উদেশ্যে গান গাম, [QE][QS]কিয়নো তেওঁ মোলৈ মঙ্গল আচৰণ কৰিছে। [QE]
Total 150 Chapters, Selected Chapter 13 / 150
1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত। } হে যিহোৱা, আৰু কিমান কাল? তুমি চিৰকালেই মোক পাহৰি থাকিবা নেকি? মোৰ পৰা কিমান দিনলৈ তুমি তোমাৰ মুখ লুকুৱাই ৰাখিবা? 2 কিমান দিনলৈনো মই মোৰ মনৰ মাজত দুখৰ বোজা বহন কৰি প্রতিদিনে অন্তৰত বেদনা লৈ থাকিব লাগিব? কিমান দিনলৈ তুমি মোৰ শত্রুক মোৰ ওপৰত উন্নত কৰি ৰাখিবা? 3 হে মোৰ ঈশ্বৰ যিহোৱা, মোলৈ দৃষ্টি কৰা, মোক উত্তৰ দিয়া! মোৰ দুচকু আলোকিত কৰা, নহলে মই মৃত্যুনিদ্ৰাত টোপনি যাম। 4 মোৰ শত্রুৱে তেতিয়া ক’ব, “মই জয়ী হলোঁ;” মই অস্থিৰ হোৱাত শত্রুবোৰে আনন্দ কৰিব। 5 কিন্তু মই তোমাৰ দৃঢ় প্রেমত ভাৰসা কৰিছোঁ; তুমি মোক পৰিত্রাণ কৰিবা আৰু মোৰ মন আনন্দিত হ’ব। 6 মই যিহোৱাৰ উদেশ্যে গান গাম, কিয়নো তেওঁ মোলৈ মঙ্গল আচৰণ কৰিছে।
Total 150 Chapters, Selected Chapter 13 / 150
×

Alert

×

Assamese Letters Keypad References