Assamese Bible Languages

Indian Language Bible Word Collections
1. {যাত্ৰাৰ সঙ্গীত। } [QS]যিসকলে যিহোৱাৰ ওপৰত ভাৰসা ৰাখে, [QE][QS]তেওঁলোক চিয়োন পর্বতৰ নিচিনাকৈ অলৰ আৰু চিৰকাল স্থায়ী। [QE]
2. [QS]যিৰূচালেমক পর্বতবোৰে যেনেকৈ চাৰিওফালে আবৰি ৰাখিছে, [QE][QS]তেনেকৈ যিহোৱাই নিজৰ লোকসকলক আবৰি ৰাখে; [QE][QS]এতিয়াৰে পৰা অনন্তকাল পর্যন্ত ৰাখিব। [QE]
3. [QS]ঈশ্বৰভক্ত সকলে যাতে অধৰ্ম কার্যলৈ হাত নেমেলে, [QE][QS]সেই বাবে ধাৰ্মিকসকলক দিয়া দেশৰ ওপৰত দুষ্টতাৰ ৰাজদণ্ড নাথাকিব। [QE]
4. [QS]হে যিহোৱা, যিসকলে মঙ্গল আচৰণ কৰে, তুমি তেওঁলোকৰ মঙ্গল কৰা; [QE][QS]যিসকলৰ অন্তৰ শুচি, তেওঁলোকৰ মঙ্গল কৰা। [QE]
5. [QS]কিন্তু যিসকলে নিজ ইচ্ছাৰে খলা-বমা পথেদি এফলীয়া হৈ যায়, [QE][QS]যিহোৱাই তেওঁলোকক কু-কার্য কৰা সকলৰ লগত দূৰ কৰিব। [QE][QS]ইস্ৰায়েলৰ ওপৰত শান্তি হওঁক। [QE]
Total 150 Chapters, Selected Chapter 125 / 150
1 {যাত্ৰাৰ সঙ্গীত। } যিসকলে যিহোৱাৰ ওপৰত ভাৰসা ৰাখে, তেওঁলোক চিয়োন পর্বতৰ নিচিনাকৈ অলৰ আৰু চিৰকাল স্থায়ী। 2 যিৰূচালেমক পর্বতবোৰে যেনেকৈ চাৰিওফালে আবৰি ৰাখিছে, তেনেকৈ যিহোৱাই নিজৰ লোকসকলক আবৰি ৰাখে; এতিয়াৰে পৰা অনন্তকাল পর্যন্ত ৰাখিব। 3 ঈশ্বৰভক্ত সকলে যাতে অধৰ্ম কার্যলৈ হাত নেমেলে, সেই বাবে ধাৰ্মিকসকলক দিয়া দেশৰ ওপৰত দুষ্টতাৰ ৰাজদণ্ড নাথাকিব। 4 হে যিহোৱা, যিসকলে মঙ্গল আচৰণ কৰে, তুমি তেওঁলোকৰ মঙ্গল কৰা; যিসকলৰ অন্তৰ শুচি, তেওঁলোকৰ মঙ্গল কৰা। 5 কিন্তু যিসকলে নিজ ইচ্ছাৰে খলা-বমা পথেদি এফলীয়া হৈ যায়, যিহোৱাই তেওঁলোকক কু-কার্য কৰা সকলৰ লগত দূৰ কৰিব। ইস্ৰায়েলৰ ওপৰত শান্তি হওঁক।
Total 150 Chapters, Selected Chapter 125 / 150
×

Alert

×

Assamese Letters Keypad References