Assamese Bible Languages

Indian Language Bible Word Collections
1. {যাত্ৰাৰ সঙ্গীত। } [QS]হে স্বৰ্গৰ সিংহাসনত থাকোঁতা জনা, [QE][QS]মই তোমাৰ ফালেই মোৰ চকু তুলি চাই থাকোঁ। [QE]
2. [QS]গৰাকীৰ হাতলৈ যেনেকৈ দাসবোৰৰ চকু থাকে, আৰু দাসীৰ চকু যেনেকৈ গৰাকীয়ণীৰ হাতৰ ফালে থাকে, [QE][QS]তেনেকৈ আমাক কৃপা নকৰা পর্যন্ত আমাৰ চকুৱে আমাৰ ঈশ্বৰ যিহোৱালৈ চাই থাকে। [QE]
3. [QS]আমাক কৃপা কৰা, হে যিহোৱা, আমাক কৃপা কৰা; [QE][QS]কিয়নো আমি লোকসকলৰ তুচ্ছ-তাচ্ছিল্যত অধিককৈ পোঁত গ’লো। [QE]
4. [QS]আমাৰ প্রাণে বহন কৰিব পৰাতকৈ লোকসকলৰ বিদ্রূপ আৰু অহঙ্কাৰীবোৰৰ অপমান অধিক হ’ল। [QE]
Total 150 Chapters, Selected Chapter 123 / 150
1 {যাত্ৰাৰ সঙ্গীত। } হে স্বৰ্গৰ সিংহাসনত থাকোঁতা জনা, মই তোমাৰ ফালেই মোৰ চকু তুলি চাই থাকোঁ। 2 গৰাকীৰ হাতলৈ যেনেকৈ দাসবোৰৰ চকু থাকে, আৰু দাসীৰ চকু যেনেকৈ গৰাকীয়ণীৰ হাতৰ ফালে থাকে, তেনেকৈ আমাক কৃপা নকৰা পর্যন্ত আমাৰ চকুৱে আমাৰ ঈশ্বৰ যিহোৱালৈ চাই থাকে। 3 আমাক কৃপা কৰা, হে যিহোৱা, আমাক কৃপা কৰা; কিয়নো আমি লোকসকলৰ তুচ্ছ-তাচ্ছিল্যত অধিককৈ পোঁত গ’লো। 4 আমাৰ প্রাণে বহন কৰিব পৰাতকৈ লোকসকলৰ বিদ্রূপ আৰু অহঙ্কাৰীবোৰৰ অপমান অধিক হ’ল।
Total 150 Chapters, Selected Chapter 123 / 150
×

Alert

×

Assamese Letters Keypad References