Assamese Bible Languages

Indian Language Bible Word Collections
1. [QS]হে সমুদায় জাতি, যিহোৱাৰ প্ৰশংসা কৰা; [QE][QS]হে সমুদায় লোক, তেওঁৰ মহিমা কীর্তন কৰা। [QE]
2. [QS]কিয়নো আমালৈ যিহোৱাৰ প্রেম অসীম, [QE][QS]যিহোৱাৰ বিশ্ৱস্ততা অনন্তকাল স্থায়ী। [QE][QS]তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। [QE]
Total 150 Chapters, Selected Chapter 117 / 150
1 হে সমুদায় জাতি, যিহোৱাৰ প্ৰশংসা কৰা; হে সমুদায় লোক, তেওঁৰ মহিমা কীর্তন কৰা। 2 কিয়নো আমালৈ যিহোৱাৰ প্রেম অসীম, যিহোৱাৰ বিশ্ৱস্ততা অনন্তকাল স্থায়ী। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Total 150 Chapters, Selected Chapter 117 / 150
×

Alert

×

Assamese Letters Keypad References