Assamese Bible Languages

Indian Language Bible Word Collections
1. {দায়ুদৰ ৰচিত গীত। } [QS]মই দয়া আৰু ন্যায় বিচাৰৰ গীত গাম; [QE][QS]হে যিহোৱা, মই তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান গাম। [QE]
2. [QS]মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম; [QE][QS]তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা? [QE][QS]মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম। [QE]
3. [QS]মই জঘন্য কোনো বিষয়কে মোৰ চকুৰ আগত নাৰাখিম; [QE][QS]বিপথে যোৱা লোকসকলৰ কার্যক মই ঘিণ কৰোঁ, [QE][QS]সেইবোৰে মোক খামুচি ধৰিব নোৱাৰিব। [QE]
4. [QS]কুটিল অন্তঃকৰণ মোৰ পৰা দূৰ হ’ব; [QE][QS]দুষ্টতাৰ লগত মোৰ সম্পৰ্ক নাথাকিব। [QE]
5. [QS]যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে, [QE][QS]তেওঁক মই উচ্ছন্ন কৰিম; [QE][QS]গর্বিত দৃষ্টি আৰু অহংকাৰী মনৰ লোকক মই সহ্য নকৰিম। [QE]
6. [QS]দেশৰ বিশ্বাসী লোকসকলৰ ওপৰত মোৰ কৃপা দৃষ্টি থাকিব; [QE][QS]তেওঁলোকে মোৰ সৈতে বাস কৰিব। [QE][QS]যিজন সিদ্ধ পথত চলে, তেওঁ মোৰ পৰিচাৰক হ’ব। [QE]
7. [QS]ছলনাকাৰীবোৰ মোৰ গৃহৰ ভিতৰত বাস কৰিব নোৱাৰিব; [QE][QS]মিথ্যাবাদীবোৰ মোৰ চকুৰ আগত থিৰে থাকিব নোৱাৰিব। [QE]
8. [QS]প্রতি ৰাতিপুৱাতে সকলো দুষ্ট লোকক মই বিনষ্ট কৰিম; [QE][QS]যিহোৱাৰ নগৰৰ পৰা সকলো অধর্মচাৰীকে উচ্ছন্ন কৰিম। [QE]
Total 150 Chapters, Selected Chapter 101 / 150
1 {দায়ুদৰ ৰচিত গীত। } মই দয়া আৰু ন্যায় বিচাৰৰ গীত গাম; হে যিহোৱা, মই তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান গাম। 2 মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম; তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা? মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম। 3 মই জঘন্য কোনো বিষয়কে মোৰ চকুৰ আগত নাৰাখিম; বিপথে যোৱা লোকসকলৰ কার্যক মই ঘিণ কৰোঁ, সেইবোৰে মোক খামুচি ধৰিব নোৱাৰিব। 4 কুটিল অন্তঃকৰণ মোৰ পৰা দূৰ হ’ব; দুষ্টতাৰ লগত মোৰ সম্পৰ্ক নাথাকিব। 5 যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে, তেওঁক মই উচ্ছন্ন কৰিম; গর্বিত দৃষ্টি আৰু অহংকাৰী মনৰ লোকক মই সহ্য নকৰিম। 6 দেশৰ বিশ্বাসী লোকসকলৰ ওপৰত মোৰ কৃপা দৃষ্টি থাকিব; তেওঁলোকে মোৰ সৈতে বাস কৰিব। যিজন সিদ্ধ পথত চলে, তেওঁ মোৰ পৰিচাৰক হ’ব। 7 ছলনাকাৰীবোৰ মোৰ গৃহৰ ভিতৰত বাস কৰিব নোৱাৰিব; মিথ্যাবাদীবোৰ মোৰ চকুৰ আগত থিৰে থাকিব নোৱাৰিব। 8 প্রতি ৰাতিপুৱাতে সকলো দুষ্ট লোকক মই বিনষ্ট কৰিম; যিহোৱাৰ নগৰৰ পৰা সকলো অধর্মচাৰীকে উচ্ছন্ন কৰিম।
Total 150 Chapters, Selected Chapter 101 / 150
×

Alert

×

Assamese Letters Keypad References