অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত। } [QS]মই যিহোৱাতে আশ্ৰয় লৈছোঁ। [QE][QS]তোমালোকে কেনেকৈ মোক ক’ব পাৰা, [QE][QS]“পক্ষীৰ দৰে উৰি পৰ্ব্বতলৈ পলাই যোৱা?” [QE]
2. [QS]কিয়নো চোৱা! শুদ্ধ অন্তৰৰ লোকক আন্ধাৰৰ পৰা আহত কৰিবৰ কাৰণে [QE][QS]দুষ্টবোৰে নিজৰ ধনু ভিৰাই লৈছে, [QE][QS]তেওঁলোকে তাত কাঁড় লগাইছে। [QE]
3. [QS]যদি ভিত্তিমূলবোৰ ধ্বংস কৰা হয়, [QE][QS]তেন্তে ধাৰ্মিকসকলে কি কৰিব পাৰিব? [QE]
4. [QS]কিন্তু যিহোৱা, তেওঁৰ পবিত্ৰ মন্দিৰত আছে; [QE][QS]তেওঁৰ সিংহাসন স্বর্গতে আছে। [QE][QS]তেওঁ মানুহলৈ চাই থাকে, [QE][QS]তেওঁৰ চকুৱে মানুহক পৰীক্ষা কৰে। [QE]
5. [QS]যিহোৱাই ধাৰ্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে; [QE][QS]কিন্তু যিবোৰ দুষ্ট, অত্যাচাৰপ্রিয়, তেনেলোকক তেওঁ ঘৃণা কৰে। [QE]
6. [QS]তেওঁ দুষ্ট লোকৰ ওপৰত জ্বলন্ত অগ্নি আৰু গন্ধক বর্ষাব; [QE][QS]তেওঁৰ পাত্রৰ পৰা দগ্ধ কৰি নিয়া বতাহ তেওঁলোকৰ ভাগত হ’ব। [QE]
7. [QS]যিহোৱা ধাৰ্মিক, আৰু ধার্মিকতা তেওঁ ভাল পায়; [QE][QS]সৎ লোকে তেওঁৰ মুখ দেখা পাব। [QE]
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 11 / 150
1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত। } মই যিহোৱাতে আশ্ৰয় লৈছোঁ। তোমালোকে কেনেকৈ মোক ক’ব পাৰা, “পক্ষীৰ দৰে উৰি পৰ্ব্বতলৈ পলাই যোৱা?” 2 কিয়নো চোৱা! শুদ্ধ অন্তৰৰ লোকক আন্ধাৰৰ পৰা আহত কৰিবৰ কাৰণে দুষ্টবোৰে নিজৰ ধনু ভিৰাই লৈছে, তেওঁলোকে তাত কাঁড় লগাইছে। 3 যদি ভিত্তিমূলবোৰ ধ্বংস কৰা হয়, তেন্তে ধাৰ্মিকসকলে কি কৰিব পাৰিব? 4 কিন্তু যিহোৱা, তেওঁৰ পবিত্ৰ মন্দিৰত আছে; তেওঁৰ সিংহাসন স্বর্গতে আছে। তেওঁ মানুহলৈ চাই থাকে, তেওঁৰ চকুৱে মানুহক পৰীক্ষা কৰে। 5 যিহোৱাই ধাৰ্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে; কিন্তু যিবোৰ দুষ্ট, অত্যাচাৰপ্রিয়, তেনেলোকক তেওঁ ঘৃণা কৰে। 6 তেওঁ দুষ্ট লোকৰ ওপৰত জ্বলন্ত অগ্নি আৰু গন্ধক বর্ষাব; তেওঁৰ পাত্রৰ পৰা দগ্ধ কৰি নিয়া বতাহ তেওঁলোকৰ ভাগত হ’ব। 7 যিহোৱা ধাৰ্মিক, আৰু ধার্মিকতা তেওঁ ভাল পায়; সৎ লোকে তেওঁৰ মুখ দেখা পাব।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 11 / 150
×

Alert

×

Assamese Letters Keypad References