Assamese Bible Languages

Indian Language Bible Word Collections
1. {#1যিহোৱালৈ মন-পালটন } [PS]হে ইস্ৰায়েল, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ উলটি আহাঁ, [PE][QS]তোমালোকৰ অপৰাধৰ কাৰণে তোমালোক পতিত থ’লো। [QE]
2. [QS]মন পালটনৰ বাক্য লগত লোৱা আৰু যিহোৱালৈ ঘূৰি তেওঁক কোৱা, [QE][QS]“আমাৰ সকলো পাপ-অপৰাধ দূৰ কৰক আৰু আমাৰ যি উত্তম, তাক গ্ৰহণ কৰক; [QE][QS]যাতে আমি আমাৰ ওঁঠে[* ষাঁৰ গৰু ]ৰে আপোনাৰ প্রশংসা কৰিব পাৰোঁ। [QE]
3. [QS]অচূৰীয়াই আমাক উদ্ধাৰ কৰিব নোৱাৰিব; [QE][QS]ঘোঁৰাৰ ওপৰত ভাৰসা কৰি আমি যুদ্ধ নকৰিম। [QE][QS]আমাৰ হাতেৰে নির্মাণ কৰা মূর্তিক আমি পুনৰ ‘তুমি আমাৰ ঈশ্বৰ’ বুলি কেতিয়াও নকম; কিয়নো আপোনাৰ ওচৰতে অনাথজনে দয়া বিচাৰি পায়।” [QE]
4. {#1যিহোৱাই ইস্রয়েলক ক্ষমা কৰিব } [QS]যিহোৱাই কৈছে, “তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম, [QE][QS]মই বিনা চর্তেই তেওঁলোকক প্ৰেম কৰিম; [QE][QS]কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ’ল। [QE]
5. [QS]মই ইস্ৰায়েললৈ নিয়ৰৰ নিচিনা হম; [QE][QS]তেওঁ লিলি ফুলৰ নিচিনাকৈ ফুলিব, [QE][QS]লিবানোনৰ এৰচ গছৰ নিচিনাকৈ তেওঁৰ শিপা নামি যাব। [QE]
6. [QS]তেওঁৰ ডালবোৰ বিস্তাৰিত হৈ বাঢ়ি যাব; [QE][QS]জিত গছৰ নিচিনা তেওঁৰ সৌন্দর্য হ’ব; [QE][QS]তেওঁৰ সুগন্ধ লিবানোনৰ এৰচ গছৰ নিচিনা হ’ব। [QE]
7. [QS]তেওঁলোকে পুনৰায় মোৰ ছাঁত বাস কৰিবলৈ আহিব[† তেওঁলোকে পুনৰায় যিহোৱাৰ ছাঁত বাস কৰিব ]; [QE][QS]তেওঁলোক প্রচুৰ শস্যৰে পুনৰ্জীৱিত হ’ব, [QE][QS]আৰু দ্ৰাক্ষালতাৰ নিচিনাকৈ ফুলিব; [QE][QS]লিবানোনৰ দ্ৰাক্ষাৰসৰ নিচিনাকৈ তেওঁলোকৰ সুখ্যাতি হ’ব। [QE]
8. [QS]ইফ্ৰয়িমে ক’ব, ‘মূর্তিবোৰৰ লগত মোৰ পুনৰ কি সম্পৰ্ক?’ [QE][QS]মইয়ে তোমাক উত্তৰ দিম আৰু তেওঁৰ যত্ন ল’ম। [QE][QS]মই এক কেঁচাপতীয়া দেৱদাৰু গছৰ নিচিনা; [QE][QS]তোমাৰ বিশ্বস্ততাৰ ফল মোৰ কাষৰ পৰাই আহে।” [QE]
9. [QS]জ্ঞানৱানজনে এইবোৰ কথা বুজে; [QE][QS]বিবেচকজনে এইবোৰ কথা জানে; [QE][QS]কিয়নো যিহোৱাৰ পথবোৰ সততাৰ পথ আৰু [QE][QS]ধাৰ্মিকজনে সেই পথত গমন কৰে, [QE][QS]কিন্তু অধাৰ্মিকজনে হ’লে সেইবোৰত উজুটি খায়। [QE]
Total 14 Chapters, Selected Chapter 14 / 14
1 2 3 4 5 6 7 8 9 10 11 12 13 14
যিহোৱালৈ মন-পালটন 1 হে ইস্ৰায়েল, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ উলটি আহাঁ, তোমালোকৰ অপৰাধৰ কাৰণে তোমালোক পতিত থ’লো। 2 মন পালটনৰ বাক্য লগত লোৱা আৰু যিহোৱালৈ ঘূৰি তেওঁক কোৱা, “আমাৰ সকলো পাপ-অপৰাধ দূৰ কৰক আৰু আমাৰ যি উত্তম, তাক গ্ৰহণ কৰক; যাতে আমি আমাৰ ওঁঠে* ষাঁৰ গৰু ৰে আপোনাৰ প্রশংসা কৰিব পাৰোঁ। 3 অচূৰীয়াই আমাক উদ্ধাৰ কৰিব নোৱাৰিব; ঘোঁৰাৰ ওপৰত ভাৰসা কৰি আমি যুদ্ধ নকৰিম। আমাৰ হাতেৰে নির্মাণ কৰা মূর্তিক আমি পুনৰ ‘তুমি আমাৰ ঈশ্বৰ’ বুলি কেতিয়াও নকম; কিয়নো আপোনাৰ ওচৰতে অনাথজনে দয়া বিচাৰি পায়।” যিহোৱাই ইস্রয়েলক ক্ষমা কৰিব 4 যিহোৱাই কৈছে, “তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম, মই বিনা চর্তেই তেওঁলোকক প্ৰেম কৰিম; কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ’ল। 5 মই ইস্ৰায়েললৈ নিয়ৰৰ নিচিনা হম; তেওঁ লিলি ফুলৰ নিচিনাকৈ ফুলিব, লিবানোনৰ এৰচ গছৰ নিচিনাকৈ তেওঁৰ শিপা নামি যাব। 6 তেওঁৰ ডালবোৰ বিস্তাৰিত হৈ বাঢ়ি যাব; জিত গছৰ নিচিনা তেওঁৰ সৌন্দর্য হ’ব; তেওঁৰ সুগন্ধ লিবানোনৰ এৰচ গছৰ নিচিনা হ’ব। 7 তেওঁলোকে পুনৰায় মোৰ ছাঁত বাস কৰিবলৈ আহিব তেওঁলোকে পুনৰায় যিহোৱাৰ ছাঁত বাস কৰিব ; তেওঁলোক প্রচুৰ শস্যৰে পুনৰ্জীৱিত হ’ব, আৰু দ্ৰাক্ষালতাৰ নিচিনাকৈ ফুলিব; লিবানোনৰ দ্ৰাক্ষাৰসৰ নিচিনাকৈ তেওঁলোকৰ সুখ্যাতি হ’ব। 8 ইফ্ৰয়িমে ক’ব, ‘মূর্তিবোৰৰ লগত মোৰ পুনৰ কি সম্পৰ্ক?’ মইয়ে তোমাক উত্তৰ দিম আৰু তেওঁৰ যত্ন ল’ম। মই এক কেঁচাপতীয়া দেৱদাৰু গছৰ নিচিনা; তোমাৰ বিশ্বস্ততাৰ ফল মোৰ কাষৰ পৰাই আহে।” 9 জ্ঞানৱানজনে এইবোৰ কথা বুজে; বিবেচকজনে এইবোৰ কথা জানে; কিয়নো যিহোৱাৰ পথবোৰ সততাৰ পথ আৰু ধাৰ্মিকজনে সেই পথত গমন কৰে, কিন্তু অধাৰ্মিকজনে হ’লে সেইবোৰত উজুটি খায়।
Total 14 Chapters, Selected Chapter 14 / 14
1 2 3 4 5 6 7 8 9 10 11 12 13 14
×

Alert

×

Assamese Letters Keypad References