Assamese Bible Languages

Indian Language Bible Word Collections

Psalms Chapter 2

1 কিয় অস্থিৰ হৈ জাতি সমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে? কিয় লোক সমূহে অনর্থক ষড়যন্ত্র কৰিছে? 2 যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে, শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে; 3 তেওঁলোকে কৈছে, “আহাঁ আমি তেওঁলোকৰ বন্ধন ছিঙি পেলাওঁ, আমাৰ ওপৰৰ পৰা তেওঁলোকৰ শিকলিবোৰ পেলাই দিওঁ।” 4 যিহোৱাই স্বৰ্গৰ সিংহাসনত বহি হাঁহিছে; যিহোৱাই তেওঁলোকক বিদ্রূপ কৰিছে। 5 তেওঁ ক্রোধ কৰি তেওঁলোকক ধমক দিব, তেওঁৰ প্রচণ্ড ক্রোধে তেওঁলোকৰ মনত ভয় জন্মাব। 6 যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন[* ইয়াত উল্লেখিত ‘চিয়োন’ মৰিয়া পর্বত য’ত চলোমনে মন্দিৰ নির্মান কৰিছিল। ] পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।” 7 ৰজাই ক’ব, যিহোৱাই যি নির্দেশ দিছে, মই তাক ঘোষণা কৰিম; যিহোৱাই মোক কৈছে, “তুমি মোৰ পুত্ৰ, আজিয়েই মই তোমাক পিতৃৰূপে জন্ম দিলোঁ। 8 তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব। 9 লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা; কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূর্ণ-বিচূর্ণ কৰিবা।” 10 গতিকে, হে ৰজাসকল, এতিয়া তোমালোকে জ্ঞানেৰে বুজি চলিবা; হে পৃথিবীৰ শাসনকর্তাসকল, সাৱধান হোৱা। 11 ভয়েৰে সৈতে যিহোৱাৰ সেৱা কৰা; উল্লাসিত হৈ কম্পন[† কিছুমান অনুলিপিত সন্তানকলক চুম্বনেৰে কম্পান কৰা বুলি লিখা আছে। ] কৰা। 12 তোমালোকে তেওঁৰ পুত্ৰক সন্মানেৰে চুমা[‡ কিছুমান অনুলিপিত সন্তানকলক চুম্বনেৰে কম্পান কৰা বুলি লিখা আছে। ] খোৱা, নহলে তেওঁ তোমালোকৰ ওপৰত ক্রুদ্ধ হ’ব, তোমালোক নিজৰ পথতে বিনষ্ট হবা; কিয়নো তেওঁৰ ক্ৰোধ নিমিষতে জ্বলি উঠিব পাৰে। ধন্য সেইসকল, যিসকলে তেওঁত আশ্ৰয় লয়।
1 কিয় অস্থিৰ হৈ জাতি সমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে? কিয় লোক সমূহে অনর্থক ষড়যন্ত্র কৰিছে? .::. 2 যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে, শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে; .::. 3 তেওঁলোকে কৈছে, “আহাঁ আমি তেওঁলোকৰ বন্ধন ছিঙি পেলাওঁ, আমাৰ ওপৰৰ পৰা তেওঁলোকৰ শিকলিবোৰ পেলাই দিওঁ।” .::. 4 যিহোৱাই স্বৰ্গৰ সিংহাসনত বহি হাঁহিছে; যিহোৱাই তেওঁলোকক বিদ্রূপ কৰিছে। .::. 5 তেওঁ ক্রোধ কৰি তেওঁলোকক ধমক দিব, তেওঁৰ প্রচণ্ড ক্রোধে তেওঁলোকৰ মনত ভয় জন্মাব। .::. 6 যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন[* ইয়াত উল্লেখিত ‘চিয়োন’ মৰিয়া পর্বত য’ত চলোমনে মন্দিৰ নির্মান কৰিছিল। ] পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।” .::. 7 ৰজাই ক’ব, যিহোৱাই যি নির্দেশ দিছে, মই তাক ঘোষণা কৰিম; যিহোৱাই মোক কৈছে, “তুমি মোৰ পুত্ৰ, আজিয়েই মই তোমাক পিতৃৰূপে জন্ম দিলোঁ। .::. 8 তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব। .::. 9 লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা; কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূর্ণ-বিচূর্ণ কৰিবা।” .::. 10 গতিকে, হে ৰজাসকল, এতিয়া তোমালোকে জ্ঞানেৰে বুজি চলিবা; হে পৃথিবীৰ শাসনকর্তাসকল, সাৱধান হোৱা। .::. 11 ভয়েৰে সৈতে যিহোৱাৰ সেৱা কৰা; উল্লাসিত হৈ কম্পন[† কিছুমান অনুলিপিত সন্তানকলক চুম্বনেৰে কম্পান কৰা বুলি লিখা আছে। ] কৰা। .::. 12 তোমালোকে তেওঁৰ পুত্ৰক সন্মানেৰে চুমা[‡ কিছুমান অনুলিপিত সন্তানকলক চুম্বনেৰে কম্পান কৰা বুলি লিখা আছে। ] খোৱা, নহলে তেওঁ তোমালোকৰ ওপৰত ক্রুদ্ধ হ’ব, তোমালোক নিজৰ পথতে বিনষ্ট হবা; কিয়নো তেওঁৰ ক্ৰোধ নিমিষতে জ্বলি উঠিব পাৰে। ধন্য সেইসকল, যিসকলে তেওঁত আশ্ৰয় লয়।
  • Psalms Chapter 1  
  • Psalms Chapter 2  
  • Psalms Chapter 3  
  • Psalms Chapter 4  
  • Psalms Chapter 5  
  • Psalms Chapter 6  
  • Psalms Chapter 7  
  • Psalms Chapter 8  
  • Psalms Chapter 9  
  • Psalms Chapter 10  
  • Psalms Chapter 11  
  • Psalms Chapter 12  
  • Psalms Chapter 13  
  • Psalms Chapter 14  
  • Psalms Chapter 15  
  • Psalms Chapter 16  
  • Psalms Chapter 17  
  • Psalms Chapter 18  
  • Psalms Chapter 19  
  • Psalms Chapter 20  
  • Psalms Chapter 21  
  • Psalms Chapter 22  
  • Psalms Chapter 23  
  • Psalms Chapter 24  
  • Psalms Chapter 25  
  • Psalms Chapter 26  
  • Psalms Chapter 27  
  • Psalms Chapter 28  
  • Psalms Chapter 29  
  • Psalms Chapter 30  
  • Psalms Chapter 31  
  • Psalms Chapter 32  
  • Psalms Chapter 33  
  • Psalms Chapter 34  
  • Psalms Chapter 35  
  • Psalms Chapter 36  
  • Psalms Chapter 37  
  • Psalms Chapter 38  
  • Psalms Chapter 39  
  • Psalms Chapter 40  
  • Psalms Chapter 41  
  • Psalms Chapter 42  
  • Psalms Chapter 43  
  • Psalms Chapter 44  
  • Psalms Chapter 45  
  • Psalms Chapter 46  
  • Psalms Chapter 47  
  • Psalms Chapter 48  
  • Psalms Chapter 49  
  • Psalms Chapter 50  
  • Psalms Chapter 51  
  • Psalms Chapter 52  
  • Psalms Chapter 53  
  • Psalms Chapter 54  
  • Psalms Chapter 55  
  • Psalms Chapter 56  
  • Psalms Chapter 57  
  • Psalms Chapter 58  
  • Psalms Chapter 59  
  • Psalms Chapter 60  
  • Psalms Chapter 61  
  • Psalms Chapter 62  
  • Psalms Chapter 63  
  • Psalms Chapter 64  
  • Psalms Chapter 65  
  • Psalms Chapter 66  
  • Psalms Chapter 67  
  • Psalms Chapter 68  
  • Psalms Chapter 69  
  • Psalms Chapter 70  
  • Psalms Chapter 71  
  • Psalms Chapter 72  
  • Psalms Chapter 73  
  • Psalms Chapter 74  
  • Psalms Chapter 75  
  • Psalms Chapter 76  
  • Psalms Chapter 77  
  • Psalms Chapter 78  
  • Psalms Chapter 79  
  • Psalms Chapter 80  
  • Psalms Chapter 81  
  • Psalms Chapter 82  
  • Psalms Chapter 83  
  • Psalms Chapter 84  
  • Psalms Chapter 85  
  • Psalms Chapter 86  
  • Psalms Chapter 87  
  • Psalms Chapter 88  
  • Psalms Chapter 89  
  • Psalms Chapter 90  
  • Psalms Chapter 91  
  • Psalms Chapter 92  
  • Psalms Chapter 93  
  • Psalms Chapter 94  
  • Psalms Chapter 95  
  • Psalms Chapter 96  
  • Psalms Chapter 97  
  • Psalms Chapter 98  
  • Psalms Chapter 99  
  • Psalms Chapter 100  
  • Psalms Chapter 101  
  • Psalms Chapter 102  
  • Psalms Chapter 103  
  • Psalms Chapter 104  
  • Psalms Chapter 105  
  • Psalms Chapter 106  
  • Psalms Chapter 107  
  • Psalms Chapter 108  
  • Psalms Chapter 109  
  • Psalms Chapter 110  
  • Psalms Chapter 111  
  • Psalms Chapter 112  
  • Psalms Chapter 113  
  • Psalms Chapter 114  
  • Psalms Chapter 115  
  • Psalms Chapter 116  
  • Psalms Chapter 117  
  • Psalms Chapter 118  
  • Psalms Chapter 119  
  • Psalms Chapter 120  
  • Psalms Chapter 121  
  • Psalms Chapter 122  
  • Psalms Chapter 123  
  • Psalms Chapter 124  
  • Psalms Chapter 125  
  • Psalms Chapter 126  
  • Psalms Chapter 127  
  • Psalms Chapter 128  
  • Psalms Chapter 129  
  • Psalms Chapter 130  
  • Psalms Chapter 131  
  • Psalms Chapter 132  
  • Psalms Chapter 133  
  • Psalms Chapter 134  
  • Psalms Chapter 135  
  • Psalms Chapter 136  
  • Psalms Chapter 137  
  • Psalms Chapter 138  
  • Psalms Chapter 139  
  • Psalms Chapter 140  
  • Psalms Chapter 141  
  • Psalms Chapter 142  
  • Psalms Chapter 143  
  • Psalms Chapter 144  
  • Psalms Chapter 145  
  • Psalms Chapter 146  
  • Psalms Chapter 147  
  • Psalms Chapter 148  
  • Psalms Chapter 149  
  • Psalms Chapter 150  
×

Alert

×

Assamese Letters Keypad References