অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)

ৰেকৰ্ডসমূহ

গীত অধ্যায় 72

1 {চলোমনৰ ৰচিত গীত। } হে ঈশ্বৰ, ৰজাক তোমাৰ শাসন-প্ৰণালীবোৰ দান কৰা, আৰু ৰাজকোঁৱৰক তোমাৰ ধাৰ্মিকতা প্ৰদান কৰা। 2 তেওঁ ধাৰ্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব; ন্যায়েৰে তোমাৰ দুখীয়াসকলৰ বিচাৰ কৰিব। 3 পৰ্ব্বতবোৰে প্ৰজাসকলৰ কাৰণে শান্তি উৎপাদন কৰিব; পাহাৰবোৰেও ধাৰ্মিকর্তা উৎপাদন কৰিব। 4 তেওঁ দুখীয়া প্ৰজাসকলৰ বিচাৰ কৰিব, অভাৱগ্রস্ত সন্তান সকলক ৰক্ষা কৰিব; কিন্তু অত্যাচাৰীক টুকুৰা টুকুৰ কৰি গুৰি কৰিব। 5 তেওঁ সূৰ্য চন্দ্ৰ থাকেমানে থাকিব, পুৰুষানুক্ৰমে তেওঁলোকে তোমালৈ ভয় কৰিব* যেতিয়ালৈকে সূৰ্য চন্দ্ৰ থাকিব, তেতিয়ালৈকে তেওঁৰ লোকসকলে পুৰুষানুক্ৰমে তোমাক ভয় কৰিব 6 ঘাঁহ কাটি নিয়া মাটিৰ ওপৰত বৰষুণ পৰিলে যেনে হয়, তেওঁ তেনেকৈয়ে ভূমি ভিজোৱা বৰষুণ জাকৰ দৰেই হয়। 7 তেওঁৰ সময়ত ধাৰ্মিকজন ধার্মিকতা জকমকাব; যিমান দিনলৈ চন্দ্ৰ থাকিব সিমান দিনলৈকে তেওঁলোক শান্তিত থাকিব। 8 তেওঁলোকে এখন সমুদ্ৰৰ পৰা আন এখন সমুদ্ৰলৈকে ৰাজ্য শাসন কৰিব, আৰু নদীৰ পৰা পৃথিবীৰ শেষলৈকে ৰাজত্ব কৰিব। 9 মৰুভূমিৰ তেওঁৰ শত্রুবোৰে নিবাসীসকলে তেওঁৰ আগত আঁঠু ল’ব; আৰু তেওঁৰ শত্ৰুবোৰে ধূলি চেলেকিব। 10 তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব; চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব। 11 এনে কি, সকলো ৰজাই তেওঁৰ আগত প্ৰণিপাত কৰিব; আৰু সকলো জাতিৰ লোকে তেওঁৰ সেৱা কৰিব। 12 কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব; আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব। 13 তেওঁ দুখী অভাবগ্রস্তক কৃপা কৰিব; দৰিদ্ৰসকলৰ প্ৰাণ ৰক্ষা কৰিব। 14 অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ তেওঁলোকৰ প্ৰাণ মুক্ত কৰিব; তেওঁৰ দৃষ্টিত সেইসকলৰ তেজ বহুমূল্য হ’ব। 15 ৰজাসকল জীয়াই থাকিব আৰু তেওঁলোকক চিবাৰ সোণ দান কৰা যাব; লোকসকলে নিতৌ তেওঁৰ গুৰিত প্ৰাৰ্থনা কৰিব, ওৰে দিনটো ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰিব। 16 পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হ’ব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব; আৰু নগৰ নিবাসীসকল পৃথিবীৰ তৃণৰ দৰে জকমকাব। 17 ৰজাৰ নাম চিৰস্থায়ী হ’ব; সূৰ্য থাকেমানে তেওঁৰ নাম থাকিব; লোকসকলে তেওঁৰ পৰা আশীৰ্ব্বাদ পাব; সকলো জাতিয়ে তেওঁক ধন্য ধন্য বুলিব। 18 ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰ, ধন্য হওঁক; যি জন কেৱল আচৰিত কৰ্ম কৰোঁতা। 19 তেওঁৰ গৌৰৱ অনন্ত কাললৈকে ধন্য হওক; আৰু সমুদায় পৃথিৱী তেওঁৰ গৌৰৱেৰে পৰিপূৰ্ণ হওঁক। আমেন আৰু আমেন। 20 যিচয়ৰ পুত্ৰ দায়ুদৰ প্ৰাৰ্থনাবোৰ সমাপ্ত।
1. {চলোমনৰ ৰচিত গীত। } হে ঈশ্বৰ, ৰজাক তোমাৰ শাসন-প্ৰণালীবোৰ দান কৰা, আৰু ৰাজকোঁৱৰক তোমাৰ ধাৰ্মিকতা প্ৰদান কৰা। 2. তেওঁ ধাৰ্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব; ন্যায়েৰে তোমাৰ দুখীয়াসকলৰ বিচাৰ কৰিব। 3. পৰ্ব্বতবোৰে প্ৰজাসকলৰ কাৰণে শান্তি উৎপাদন কৰিব; পাহাৰবোৰেও ধাৰ্মিকর্তা উৎপাদন কৰিব। 4. তেওঁ দুখীয়া প্ৰজাসকলৰ বিচাৰ কৰিব, অভাৱগ্রস্ত সন্তান সকলক ৰক্ষা কৰিব; কিন্তু অত্যাচাৰীক টুকুৰা টুকুৰ কৰি গুৰি কৰিব। 5. তেওঁ সূৰ্য চন্দ্ৰ থাকেমানে থাকিব, পুৰুষানুক্ৰমে তেওঁলোকে তোমালৈ ভয় কৰিব[* যেতিয়ালৈকে সূৰ্য চন্দ্ৰ থাকিব, তেতিয়ালৈকে তেওঁৰ লোকসকলে পুৰুষানুক্ৰমে তোমাক ভয় কৰিব ]। 6. ঘাঁহ কাটি নিয়া মাটিৰ ওপৰত বৰষুণ পৰিলে যেনে হয়, তেওঁ তেনেকৈয়ে ভূমি ভিজোৱা বৰষুণ জাকৰ দৰেই হয়। 7. তেওঁৰ সময়ত ধাৰ্মিকজন[† ধার্মিকতা ] জকমকাব; যিমান দিনলৈ চন্দ্ৰ থাকিব সিমান দিনলৈকে তেওঁলোক শান্তিত থাকিব। 8. তেওঁলোকে এখন সমুদ্ৰৰ পৰা আন এখন সমুদ্ৰলৈকে ৰাজ্য শাসন কৰিব, আৰু নদীৰ পৰা পৃথিবীৰ শেষলৈকে ৰাজত্ব কৰিব। 9. মৰুভূমিৰ[‡ তেওঁৰ শত্রুবোৰে ]নিবাসীসকলে তেওঁৰ আগত আঁঠু ল’ব; আৰু তেওঁৰ শত্ৰুবোৰে ধূলি চেলেকিব। 10. তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব; চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব। 11. এনে কি, সকলো ৰজাই তেওঁৰ আগত প্ৰণিপাত কৰিব; আৰু সকলো জাতিৰ লোকে তেওঁৰ সেৱা কৰিব। 12. কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব; আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব। 13. তেওঁ দুখী অভাবগ্রস্তক কৃপা কৰিব; দৰিদ্ৰসকলৰ প্ৰাণ ৰক্ষা কৰিব। 14. অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ তেওঁলোকৰ প্ৰাণ মুক্ত কৰিব; তেওঁৰ দৃষ্টিত সেইসকলৰ তেজ বহুমূল্য হ’ব। 15. ৰজাসকল জীয়াই থাকিব আৰু তেওঁলোকক চিবাৰ সোণ দান কৰা যাব; লোকসকলে নিতৌ তেওঁৰ গুৰিত প্ৰাৰ্থনা কৰিব, ওৰে দিনটো ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰিব। 16. পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হ’ব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব; আৰু নগৰ নিবাসীসকল পৃথিবীৰ তৃণৰ দৰে জকমকাব। 17. ৰজাৰ নাম চিৰস্থায়ী হ’ব; সূৰ্য থাকেমানে তেওঁৰ নাম থাকিব; লোকসকলে তেওঁৰ পৰা আশীৰ্ব্বাদ পাব; সকলো জাতিয়ে তেওঁক ধন্য ধন্য বুলিব। 18. ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰ, ধন্য হওঁক; যি জন কেৱল আচৰিত কৰ্ম কৰোঁতা। 19. তেওঁৰ গৌৰৱ অনন্ত কাললৈকে ধন্য হওক; আৰু সমুদায় পৃথিৱী তেওঁৰ গৌৰৱেৰে পৰিপূৰ্ণ হওঁক। আমেন আৰু আমেন। 20. যিচয়ৰ পুত্ৰ দায়ুদৰ প্ৰাৰ্থনাবোৰ সমাপ্ত।
  • গীত অধ্যায় 1  
  • গীত অধ্যায় 2  
  • গীত অধ্যায় 3  
  • গীত অধ্যায় 4  
  • গীত অধ্যায় 5  
  • গীত অধ্যায় 6  
  • গীত অধ্যায় 7  
  • গীত অধ্যায় 8  
  • গীত অধ্যায় 9  
  • গীত অধ্যায় 10  
  • গীত অধ্যায় 11  
  • গীত অধ্যায় 12  
  • গীত অধ্যায় 13  
  • গীত অধ্যায় 14  
  • গীত অধ্যায় 15  
  • গীত অধ্যায় 16  
  • গীত অধ্যায় 17  
  • গীত অধ্যায় 18  
  • গীত অধ্যায় 19  
  • গীত অধ্যায় 20  
  • গীত অধ্যায় 21  
  • গীত অধ্যায় 22  
  • গীত অধ্যায় 23  
  • গীত অধ্যায় 24  
  • গীত অধ্যায় 25  
  • গীত অধ্যায় 26  
  • গীত অধ্যায় 27  
  • গীত অধ্যায় 28  
  • গীত অধ্যায় 29  
  • গীত অধ্যায় 30  
  • গীত অধ্যায় 31  
  • গীত অধ্যায় 32  
  • গীত অধ্যায় 33  
  • গীত অধ্যায় 34  
  • গীত অধ্যায় 35  
  • গীত অধ্যায় 36  
  • গীত অধ্যায় 37  
  • গীত অধ্যায় 38  
  • গীত অধ্যায় 39  
  • গীত অধ্যায় 40  
  • গীত অধ্যায় 41  
  • গীত অধ্যায় 42  
  • গীত অধ্যায় 43  
  • গীত অধ্যায় 44  
  • গীত অধ্যায় 45  
  • গীত অধ্যায় 46  
  • গীত অধ্যায় 47  
  • গীত অধ্যায় 48  
  • গীত অধ্যায় 49  
  • গীত অধ্যায় 50  
  • গীত অধ্যায় 51  
  • গীত অধ্যায় 52  
  • গীত অধ্যায় 53  
  • গীত অধ্যায় 54  
  • গীত অধ্যায় 55  
  • গীত অধ্যায় 56  
  • গীত অধ্যায় 57  
  • গীত অধ্যায় 58  
  • গীত অধ্যায় 59  
  • গীত অধ্যায় 60  
  • গীত অধ্যায় 61  
  • গীত অধ্যায় 62  
  • গীত অধ্যায় 63  
  • গীত অধ্যায় 64  
  • গীত অধ্যায় 65  
  • গীত অধ্যায় 66  
  • গীত অধ্যায় 67  
  • গীত অধ্যায় 68  
  • গীত অধ্যায় 69  
  • গীত অধ্যায় 70  
  • গীত অধ্যায় 71  
  • গীত অধ্যায় 72  
  • গীত অধ্যায় 73  
  • গীত অধ্যায় 74  
  • গীত অধ্যায় 75  
  • গীত অধ্যায় 76  
  • গীত অধ্যায় 77  
  • গীত অধ্যায় 78  
  • গীত অধ্যায় 79  
  • গীত অধ্যায় 80  
  • গীত অধ্যায় 81  
  • গীত অধ্যায় 82  
  • গীত অধ্যায় 83  
  • গীত অধ্যায় 84  
  • গীত অধ্যায় 85  
  • গীত অধ্যায় 86  
  • গীত অধ্যায় 87  
  • গীত অধ্যায় 88  
  • গীত অধ্যায় 89  
  • গীত অধ্যায় 90  
  • গীত অধ্যায় 91  
  • গীত অধ্যায় 92  
  • গীত অধ্যায় 93  
  • গীত অধ্যায় 94  
  • গীত অধ্যায় 95  
  • গীত অধ্যায় 96  
  • গীত অধ্যায় 97  
  • গীত অধ্যায় 98  
  • গীত অধ্যায় 99  
  • গীত অধ্যায় 100  
  • গীত অধ্যায় 101  
  • গীত অধ্যায় 102  
  • গীত অধ্যায় 103  
  • গীত অধ্যায় 104  
  • গীত অধ্যায় 105  
  • গীত অধ্যায় 106  
  • গীত অধ্যায় 107  
  • গীত অধ্যায় 108  
  • গীত অধ্যায় 109  
  • গীত অধ্যায় 110  
  • গীত অধ্যায় 111  
  • গীত অধ্যায় 112  
  • গীত অধ্যায় 113  
  • গীত অধ্যায় 114  
  • গীত অধ্যায় 115  
  • গীত অধ্যায় 116  
  • গীত অধ্যায় 117  
  • গীত অধ্যায় 118  
  • গীত অধ্যায় 119  
  • গীত অধ্যায় 120  
  • গীত অধ্যায় 121  
  • গীত অধ্যায় 122  
  • গীত অধ্যায় 123  
  • গীত অধ্যায় 124  
  • গীত অধ্যায় 125  
  • গীত অধ্যায় 126  
  • গীত অধ্যায় 127  
  • গীত অধ্যায় 128  
  • গীত অধ্যায় 129  
  • গীত অধ্যায় 130  
  • গীত অধ্যায় 131  
  • গীত অধ্যায় 132  
  • গীত অধ্যায় 133  
  • গীত অধ্যায় 134  
  • গীত অধ্যায় 135  
  • গীত অধ্যায় 136  
  • গীত অধ্যায় 137  
  • গীত অধ্যায় 138  
  • গীত অধ্যায় 139  
  • গীত অধ্যায় 140  
  • গীত অধ্যায় 141  
  • গীত অধ্যায় 142  
  • গীত অধ্যায় 143  
  • গীত অধ্যায় 144  
  • গীত অধ্যায় 145  
  • গীত অধ্যায় 146  
  • গীত অধ্যায় 147  
  • গীত অধ্যায় 148  
  • গীত অধ্যায় 149  
  • গীত অধ্যায় 150  
×

Alert

×

Assamese Letters Keypad References