অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)

ৰেকৰ্ডসমূহ

গীত অধ্যায় 76

1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া, আচফৰ ৰচিত গীত,সঙ্গীত। } যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে; ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান। 2 চালেম* যিৰুচালেম ত তেওঁৰ তম্বু আছে; চিয়োনত তেওঁৰ বসতি স্থান আছে। 3 তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে; ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে। *চেলা 4 তোমাৰ প্রতিফলিত উজ্জ্বল আৰু বিকশিত গৌৰৱ; যি দৰে এই পৰ্ব্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে, য’ত তুমি তোমাৰ চিকাৰ আহত কৰিছিলা। 5 এই দুঃসাহসী লোকসকলক অপহৰণ কৰা হ’ল; তেওঁলোক ভীষণ নিদ্ৰামগ্ন হ’ল। পৰাক্ৰমীসকল অসহায় হ’ল। 6 হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত, ৰথ চালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল। 7 তুমি, হয় তুমিয়েই আতঙ্কজনক; তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হ’ব পাৰে? 8 তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হয়; পৃথিৱী আতঙ্কিত হৈ নীৰৱে আছিল। 9 হে ঈশ্বৰ, তুমি উঠা, বিচাৰ নিস্পতি কৰা; পৃথিৱীৰ নির্যাতিত সকলক ৰক্ষা কৰিবলৈ উঠা। *চেলা 10 অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেই লোকসকলৰ প্ৰশংসাৰ কাৰণ হ’ব; তুমি সম্পূৰ্ণকৈ উপহাস কৰি ক্রোধ সোঁৱৰণ কৰিবা[† অৱশিষ্ট লোকৰ যুদ্ধক সোঁৱৰণ কৰিব। ]। 11 তোমালোকে নিজৰ ঈশ্বৰ যিহোৱালৈ সঙ্কল্প কৰা, আৰু তাক সিদ্ধও কৰা; তেওঁৰ চাৰিওফালে থকা সকলোৱে সেই আতঙ্কিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব। 12 তেওঁ ৰাজকোঁৱৰ সকলৰ সাহস খর্ব কৰিব; তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব।
1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া, আচফৰ ৰচিত গীত,সঙ্গীত। } যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে; ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান। 2. চালেম[* যিৰুচালেম ]ত তেওঁৰ তম্বু আছে; চিয়োনত তেওঁৰ বসতি স্থান আছে। 3. তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে; ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে। [চেলা] 4. তোমাৰ প্রতিফলিত উজ্জ্বল আৰু বিকশিত গৌৰৱ; যি দৰে এই পৰ্ব্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে, য’ত তুমি তোমাৰ চিকাৰ আহত কৰিছিলা। 5. এই দুঃসাহসী লোকসকলক অপহৰণ কৰা হ’ল; তেওঁলোক ভীষণ নিদ্ৰামগ্ন হ’ল। পৰাক্ৰমীসকল অসহায় হ’ল। 6. হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত, ৰথ চালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল। 7. তুমি, হয় তুমিয়েই আতঙ্কজনক; তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হ’ব পাৰে? 8. তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হয়; পৃথিৱী আতঙ্কিত হৈ নীৰৱে আছিল। 9. হে ঈশ্বৰ, তুমি উঠা, বিচাৰ নিস্পতি কৰা; পৃথিৱীৰ নির্যাতিত সকলক ৰক্ষা কৰিবলৈ উঠা। [চেলা] 10. অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেই লোকসকলৰ প্ৰশংসাৰ কাৰণ হ’ব; তুমি সম্পূৰ্ণকৈ উপহাস কৰি ক্রোধ সোঁৱৰণ কৰিবা[† অৱশিষ্ট লোকৰ যুদ্ধক সোঁৱৰণ কৰিব। ]। 11. তোমালোকে নিজৰ ঈশ্বৰ যিহোৱালৈ সঙ্কল্প কৰা, আৰু তাক সিদ্ধও কৰা; তেওঁৰ চাৰিওফালে থকা সকলোৱে সেই আতঙ্কিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব। 12. তেওঁ ৰাজকোঁৱৰ সকলৰ সাহস খর্ব কৰিব; তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব।
  • গীত অধ্যায় 1  
  • গীত অধ্যায় 2  
  • গীত অধ্যায় 3  
  • গীত অধ্যায় 4  
  • গীত অধ্যায় 5  
  • গীত অধ্যায় 6  
  • গীত অধ্যায় 7  
  • গীত অধ্যায় 8  
  • গীত অধ্যায় 9  
  • গীত অধ্যায় 10  
  • গীত অধ্যায় 11  
  • গীত অধ্যায় 12  
  • গীত অধ্যায় 13  
  • গীত অধ্যায় 14  
  • গীত অধ্যায় 15  
  • গীত অধ্যায় 16  
  • গীত অধ্যায় 17  
  • গীত অধ্যায় 18  
  • গীত অধ্যায় 19  
  • গীত অধ্যায় 20  
  • গীত অধ্যায় 21  
  • গীত অধ্যায় 22  
  • গীত অধ্যায় 23  
  • গীত অধ্যায় 24  
  • গীত অধ্যায় 25  
  • গীত অধ্যায় 26  
  • গীত অধ্যায় 27  
  • গীত অধ্যায় 28  
  • গীত অধ্যায় 29  
  • গীত অধ্যায় 30  
  • গীত অধ্যায় 31  
  • গীত অধ্যায় 32  
  • গীত অধ্যায় 33  
  • গীত অধ্যায় 34  
  • গীত অধ্যায় 35  
  • গীত অধ্যায় 36  
  • গীত অধ্যায় 37  
  • গীত অধ্যায় 38  
  • গীত অধ্যায় 39  
  • গীত অধ্যায় 40  
  • গীত অধ্যায় 41  
  • গীত অধ্যায় 42  
  • গীত অধ্যায় 43  
  • গীত অধ্যায় 44  
  • গীত অধ্যায় 45  
  • গীত অধ্যায় 46  
  • গীত অধ্যায় 47  
  • গীত অধ্যায় 48  
  • গীত অধ্যায় 49  
  • গীত অধ্যায় 50  
  • গীত অধ্যায় 51  
  • গীত অধ্যায় 52  
  • গীত অধ্যায় 53  
  • গীত অধ্যায় 54  
  • গীত অধ্যায় 55  
  • গীত অধ্যায় 56  
  • গীত অধ্যায় 57  
  • গীত অধ্যায় 58  
  • গীত অধ্যায় 59  
  • গীত অধ্যায় 60  
  • গীত অধ্যায় 61  
  • গীত অধ্যায় 62  
  • গীত অধ্যায় 63  
  • গীত অধ্যায় 64  
  • গীত অধ্যায় 65  
  • গীত অধ্যায় 66  
  • গীত অধ্যায় 67  
  • গীত অধ্যায় 68  
  • গীত অধ্যায় 69  
  • গীত অধ্যায় 70  
  • গীত অধ্যায় 71  
  • গীত অধ্যায় 72  
  • গীত অধ্যায় 73  
  • গীত অধ্যায় 74  
  • গীত অধ্যায় 75  
  • গীত অধ্যায় 76  
  • গীত অধ্যায় 77  
  • গীত অধ্যায় 78  
  • গীত অধ্যায় 79  
  • গীত অধ্যায় 80  
  • গীত অধ্যায় 81  
  • গীত অধ্যায় 82  
  • গীত অধ্যায় 83  
  • গীত অধ্যায় 84  
  • গীত অধ্যায় 85  
  • গীত অধ্যায় 86  
  • গীত অধ্যায় 87  
  • গীত অধ্যায় 88  
  • গীত অধ্যায় 89  
  • গীত অধ্যায় 90  
  • গীত অধ্যায় 91  
  • গীত অধ্যায় 92  
  • গীত অধ্যায় 93  
  • গীত অধ্যায় 94  
  • গীত অধ্যায় 95  
  • গীত অধ্যায় 96  
  • গীত অধ্যায় 97  
  • গীত অধ্যায় 98  
  • গীত অধ্যায় 99  
  • গীত অধ্যায় 100  
  • গীত অধ্যায় 101  
  • গীত অধ্যায় 102  
  • গীত অধ্যায় 103  
  • গীত অধ্যায় 104  
  • গীত অধ্যায় 105  
  • গীত অধ্যায় 106  
  • গীত অধ্যায় 107  
  • গীত অধ্যায় 108  
  • গীত অধ্যায় 109  
  • গীত অধ্যায় 110  
  • গীত অধ্যায় 111  
  • গীত অধ্যায় 112  
  • গীত অধ্যায় 113  
  • গীত অধ্যায় 114  
  • গীত অধ্যায় 115  
  • গীত অধ্যায় 116  
  • গীত অধ্যায় 117  
  • গীত অধ্যায় 118  
  • গীত অধ্যায় 119  
  • গীত অধ্যায় 120  
  • গীত অধ্যায় 121  
  • গীত অধ্যায় 122  
  • গীত অধ্যায় 123  
  • গীত অধ্যায় 124  
  • গীত অধ্যায় 125  
  • গীত অধ্যায় 126  
  • গীত অধ্যায় 127  
  • গীত অধ্যায় 128  
  • গীত অধ্যায় 129  
  • গীত অধ্যায় 130  
  • গীত অধ্যায় 131  
  • গীত অধ্যায় 132  
  • গীত অধ্যায় 133  
  • গীত অধ্যায় 134  
  • গীত অধ্যায় 135  
  • গীত অধ্যায় 136  
  • গীত অধ্যায় 137  
  • গীত অধ্যায় 138  
  • গীত অধ্যায় 139  
  • গীত অধ্যায় 140  
  • গীত অধ্যায় 141  
  • গীত অধ্যায় 142  
  • গীত অধ্যায় 143  
  • গীত অধ্যায় 144  
  • গীত অধ্যায় 145  
  • গীত অধ্যায় 146  
  • গীত অধ্যায় 147  
  • গীত অধ্যায় 148  
  • গীত অধ্যায় 149  
  • গীত অধ্যায় 150  
×

Alert

×

Assamese Letters Keypad References