অসমীয়া বাইবেল
IRVUR
IRVAS
ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
English Bible
Tamil Bible
Hebrew Bible
Greek Bible
Malayalam Bible
Hindi Bible
Telugu Bible
Kannada Bible
Gujarati Bible
Punjabi Bible
Urdu Bible
Bengali Bible
Oriya Bible
Marathi Bible
অধিক
পুৰণি নিয়ম
আদি
যাত্ৰা
লেবীয়া
গননা
দ্বি.বি.
যিহো
বিচাৰ
ৰূথ
1 চমূ
2 চমূ
1 ৰাজা
2 ৰাজা
1 বংশা
2 বংশা
ইজ্ৰা
নহি
ইষ্ট
ইয়ো
গীত
হিতো
উপ
পৰম
যিচ
যিৰি
বিলা
যিহি
দানি
হোচ
যোৱে
আমো
ওবদি
যোনা
মীখ
নহূ
হব
চফ
হ্গ্গ
জখ
মলা
নতুন নিয়ম
মথি
মাৰ্ক
লূক
যোহন
পাঁচনি
ৰোমীয়া
1 কৰি
2 কৰি
গালাতীয়া
ইফিচীয়া
ফিলিপীয়া
কলচীয়া
1 থিচলনীকীয়া
2 থিচলনীকীয়া
1 তীমথিয়
2 তীমথিয়
তীত
ফিলীমন
ইব্ৰী
যাকোব
1 পিতৰ
2 পিতৰ
1 যোহন
2 যোহন
3 যোহন
যিহূদা
প্ৰকাশিত বাক্য
সন্ধান
Book of Moses
Old Testament History
Wisdom Books
প্ৰধান নবীসকল
সৰু সৰু নবীসকল
যীচু খ্ৰীষ্টৰ শুভবাৰ্তা
Acts of Apostles
Paul's Epistles
সাধাৰণ পত্ৰ
Endtime Epistles
Synoptic Gospel
Fourth Gospel
English Bible
Tamil Bible
Hebrew Bible
Greek Bible
Malayalam Bible
Hindi Bible
Telugu Bible
Kannada Bible
Gujarati Bible
Punjabi Bible
Urdu Bible
Bengali Bible
Oriya Bible
Marathi Bible
অধিক
আদি
পুৰণি নিয়ম
আদি
যাত্ৰা
লেবীয়া
গননা
দ্বি.বি.
যিহো
বিচাৰ
ৰূথ
1 চমূ
2 চমূ
1 ৰাজা
2 ৰাজা
1 বংশা
2 বংশা
ইজ্ৰা
নহি
ইষ্ট
ইয়ো
গীত
হিতো
উপ
পৰম
যিচ
যিৰি
বিলা
যিহি
দানি
হোচ
যোৱে
আমো
ওবদি
যোনা
মীখ
নহূ
হব
চফ
হ্গ্গ
জখ
মলা
নতুন নিয়ম
মথি
মাৰ্ক
লূক
যোহন
পাঁচনি
ৰোমীয়া
1 কৰি
2 কৰি
গালাতীয়া
ইফিচীয়া
ফিলিপীয়া
কলচীয়া
1 থিচলনীকীয়া
2 থিচলনীকীয়া
1 তীমথিয়
2 তীমথিয়
তীত
ফিলীমন
ইব্ৰী
যাকোব
1 পিতৰ
2 পিতৰ
1 যোহন
2 যোহন
3 যোহন
যিহূদা
প্ৰকাশিত বাক্য
49
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
ৰেকৰ্ডসমূহ
পাঁচনি 16:36 (07 35 am)
মথি 10:7 (07 35 am)
আদি 49:0 (07 35 am)
Whatsapp
Instagram
Facebook
Linkedin
Pinterest
Tumblr
Reddit
আদি অধ্যায় 49
1
{যাকোবৰ পুত্ৰসকলৰ বিষয়ে তেওঁৰ ভাববাণী; আৰু তেওঁৰ মৃত্যু। }
2
পাছত যাকোবে তেওঁৰ পুত্ৰসকলক মাতি আনিলে আৰু ক’লে, “তোমালোক গোট খোৱা; আগলৈ তোমালোকৰ যি যি ঘটিব, সেই বিষয়ে মই তোমালোকক জনাওঁ।
হে যাকোবৰ পুত্ৰসকল,
গোট খোৱা আৰু শুনা;
তোমালোকৰ পিতৃ
ইস্ৰায়েলৰ বাক্য শ্ৰৱণ কৰা।
3
হে ৰূবেণ,
তুমি মোৰ জ্যেষ্ঠ পুত্ৰ,
মোৰ বল, আৰু মোৰ শক্তিৰ প্ৰথম ফল;
তুমি মৰ্যদাত লক্ষণীয় আৰু পৰাক্ৰমত লক্ষণীয়।
4
তুমি উতলা পানীৰ নিচিনা
হোৱা বাবে তোমাৰ প্ৰাধান্যতা
নাথাকিব; কিয়নো তুমি নিজ
পিতৃৰ শোৱা বিচনালৈ উঠি
গৈছিলা। তেতিয়া তুমি
অপবিত্ৰ কৰ্ম কৰিছিলা। সি
মোৰ শয্যালৈ উঠি গৈছিল।
5
চিমিয়োন আৰু লেবী দুয়ো ভাই, সিহঁতৰ
তৰোৱাল হিংস্ৰতাৰ অস্ত্ৰ।
6
মই নিজে সিহঁতৰ সভালৈ নাহিম;
মোৰ হৃদয়ৰ বহু সন্মানৰ বাবে, মই সিহঁতৰ সমাজত যোগ নহম।
কিয়নো সিহঁতে
ক্ৰোধত নৰ-হত্যা কৰে,
আৰু আনন্দ কৰি ষাঁড় গৰুবোৰ বধ কৰে।
7
সিহঁতৰ খং অভিশপ্ত হওক, সেয়ে প্ৰচণ্ড, প্ৰকোপ আৰু নিষ্ঠুৰ
মই যাকোবৰ মাজত
সিহঁতক ভাগ কৰিম; আৰু
ইস্ৰায়েলৰ মাজত সিহঁতক ছিন্ন-ভিন্ন কৰিম।
8
হে যিহূদা, তোমাক হ’লে,
নিজৰ ভাইসকলে প্ৰশংসা
কৰিব; তোমাৰ হাতে
শত্ৰুবোৰৰ ডিঙিত ধৰিব;
তোমাৰ পিতৃৰ সন্তান সকলে
তোমাৰ আগত প্ৰণিপাত কৰিব।
9
যিহূদা যুবা সিংহ; হে মোৰ
বোপা, তুমি পশু ছিৰি
পেলোৱাৰ পৰা উঠি আহিলা।
সি সিংহৰ দৰে পৰি শুইছে,
এনে কি, শক্তিশালী সিংহ
*
সিংহিনীৰ দৰে
ৰ দৰে
শুইছে; কোনে তাক জগাব?
10
চীলো নহালৈকে
†
চীলো নহালৈকে সেইসকলৰ বাবে অংশভুক্ত হৈ থাকিম
যিহূদাৰ
পৰা ৰাজদণ্ড নাযাব, আৰু
তাৰ ভৰি দুখনৰ মাজৰ
পৰা বিচাৰদণ্ড নুগুচিব;
লোক সমূহ সেই জনাৰ
আজ্ঞাধীন হ’ব।
11
সি দ্ৰাক্ষালতাত নিজৰ
ডেকা গাধ, আৰু উত্তম
দ্ৰাক্ষালতাত নিজৰ গাধ
পোৱালি বান্ধি, নিজ বস্ত্ৰ
দ্ৰাক্ষাৰসত, নিজ কাপোৰ
দ্ৰাক্ষাদুটিৰ তেজৰূপ ৰসত ধুইছে।
12
তাৰ চকু দ্ৰাক্ষাৰসেৰে
ৰঙা, তাৰ দাঁত গাখীৰেৰে বগা।
13
জবূলূনে সমুদ্ৰৰ তীৰত
বসতি কৰিব; সি
জাহাজবোৰৰ আশ্ৰয়ৰ তীৰ
হ’ব; আৰু চীদোনলৈকে তাৰ সীমা হ’ব।
14
ইচাখৰ বলৱান গাধ; সি
দুটা গঁৰাল
‡
‘দুটা গঁৰাল’ মানে হ’ল ‘দুটা বোজা’
ৰ মাজত শোৱে।
15
সি জিৰণিক ভাল দেখি,
আৰু দেশক সুন্দৰ দেখি,
ভাৰ ব’বলৈ নিজৰ কান্ধ
পাতি দিলে আৰু কৰি দিবলগীয়া কামৰ ভাৰ লৈ দাস হ’ল।
16
দান ইস্ৰায়েলৰ এক ফৈদ
হ’ল; তেওঁ নিজ লোকসকলৰ সোধ-বিচাৰ কৰিব।
17
দান পথৰ দাঁতিত থকা সাপ,
সি পথৰ দাঁতিত থকা বিষাক্ত সাপ,
যিয়ে ঘোঁৰাৰ ঠেঙত দংশিব পাৰে, য’ত অশ্বাৰোহী জন পাছফালে পৰিব।
18
হে যিহোৱা, মই তোমাৰ
পৰিত্ৰাণলৈ অপেক্ষা কৰি আছোঁ।
19
গাদ - অশ্বাৰোহীয়ে তেওঁক হ’লে আক্ৰমণ কৰিব;
কিন্তু সি সিহঁতৰ পাছফালে আক্ৰমণ কৰিব।
20
আচেৰৰ মাজৰ পৰা
নিজৰ উত্তম আহাৰ জন্মিব;
সি ৰজাই খাব পৰা সুখাদ্য আহাৰ যোগাব।
21
নপ্তালী মুকলি হোৱা
হৰিণ; সি মনোহৰ কথা কয়।
22
যোচেফ ফলৱান গছৰ
ডাল; ভুমুকৰ ওচৰত থকা
লাগনী গছৰ ডাল; তাৰ
ডালবোৰ গড়ৰ ওপৰলৈকে জুৰি যায়।
23
ধনুৰ্দ্ধৰসকলে তাক
বৰকৈ ক্লেশ দিলে, আৰু
তালৈ কঢ়িয়াই আনি তাক তাড়না কৰিলে;
24
কিন্তু তেওঁৰ অৱশিষ্ট ধনু অতল হৈ থাকিল,
আৰু তেওঁৰ হাত দক্ষতাপূৰ্ণ
কিয়নো যাকোবৰ একমাত্র
পৰাক্ৰমী জনাৰ হাতৰ দ্বাৰাই,
কিয়নো তেওঁৰ নাম মেৰ-ছাগৰ ৰখীয়া,
ইস্ৰায়েলৰ শিলা।
25
কিয়নো তোমাৰ পিতৃ ঈশ্বৰ, তেৱেঁ তোমাক সহায় কৰিব,
কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰ জনাই আশীৰ্ব্বাদ কৰিব,
তেওঁ ওপৰত থকা
আকাশৰ আশীৰ্ব্বাদৰ সৈতে
তলত থকা অগাধ জল,
স্তন আৰু গৰ্ভৰ আশীৰ্ব্বাদেৰে,
তোমাক আশীৰ্ব্বাদ কৰিব।
26
মোৰ পূর্বপুৰুষসকলৰ
§
অনন্তকলীয়া পৰ্বতত
আশীৰ্ব্বাদতকৈ তোমাৰ নিজ পিতৃৰ
আশীৰ্ব্বাদ ফলদায়ক হ’ল, আৰু
চিৰকালীয়া পৰ্ব্বতৰ
সীমালৈকে বিয়পি গ’ল।
সেয়ে যোচেফৰ মূৰত
থকিব; ভায়েক-
ককায়েকসকলৰ পৰা
পৃথকে থকা জনৰ মূৰৰ তালুত থাকিব।
27
বিন্যামীন পশু ছিৰি
পেলাব পৰা ৰাংকুকুৰ।
ৰাতিপুৱা সি মৃগ ভক্ষণ
কৰিব; সন্ধিয়া পৰত লুটদ্ৰব্য ভগাই দিব।”
28
এই সকলেই হ’ল ইস্ৰায়েলৰ বাৰ ফৈদ; আৰু তেওঁলোকৰ পিতৃয়ে আশীৰ্ব্বাদ কৰি তেওঁলোকক কোৱা কথাও এয়ে। তেওঁলোকৰ প্ৰতিজনকে এইদৰে তেওঁ বিশেষ বিশেষ আশীৰ্ব্বাদেৰে আশীৰ্ব্বাদ কৰিলে।
29
পাছত তেওঁ তেওঁলোকক আজ্ঞা কৰি ক’লে, “মই মোৰ নিজ লোকসকলৰ ওচৰলৈ যাম। হিত্তীয়া ইফ্রোণৰ পথাৰত যি গুহা আছে, তাতে মোৰ ওপৰ-পিতৃসকলৰ সৈতে মোক মৈদাম দিবা।
30
সেই গুহা কনান দেশত মম্ৰিৰ ওচৰৰ মকপেলাৰ পথাৰত আছে, অব্ৰাহামে মৈদাম দিবৰ বাবে সেই গুহা হিত্তীয়া ইফ্রোণৰ পৰা পথাৰে সৈতে কিনি লৈছিল।
31
সেই ঠাইতে অব্ৰাহাম আৰু তেওঁৰ ভাৰ্যা চাৰাক মৈদাম দিয়া হ’ল; সেই ঠাইতে ইচহাক আৰু তেওঁৰ ভাৰ্যা ৰিবেকাকো মৈদাম দিয়া হ’ল, আৰু সেই ঠাইতে মইও লেয়াক মৈদাম দিলোঁ।
32
সেই পথাৰ আৰু গুহা হেতৰ সন্তান সকলৰ পৰা কিনা হৈছিল।”
33
এইদৰে যাকোবে তেওঁৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ পাছত, ভৰি দুখন শয্যাৰ ওপৰত কোঁচ খুৱাই ল’লে আৰু শেষ নিশ্বাস ত্যাগ কৰিলে। পাছত তেওঁৰ লোকসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল।
আদি 49
1. {যাকোবৰ পুত্ৰসকলৰ বিষয়ে তেওঁৰ ভাববাণী; আৰু তেওঁৰ মৃত্যু। } 2. পাছত যাকোবে তেওঁৰ পুত্ৰসকলক মাতি আনিলে আৰু ক’লে, “তোমালোক গোট খোৱা; আগলৈ তোমালোকৰ যি যি ঘটিব, সেই বিষয়ে মই তোমালোকক জনাওঁ। হে যাকোবৰ পুত্ৰসকল, গোট খোৱা আৰু শুনা; তোমালোকৰ পিতৃ ইস্ৰায়েলৰ বাক্য শ্ৰৱণ কৰা। 3. হে ৰূবেণ, তুমি মোৰ জ্যেষ্ঠ পুত্ৰ, মোৰ বল, আৰু মোৰ শক্তিৰ প্ৰথম ফল; তুমি মৰ্যদাত লক্ষণীয় আৰু পৰাক্ৰমত লক্ষণীয়। 4. তুমি উতলা পানীৰ নিচিনা হোৱা বাবে তোমাৰ প্ৰাধান্যতা নাথাকিব; কিয়নো তুমি নিজ পিতৃৰ শোৱা বিচনালৈ উঠি গৈছিলা। তেতিয়া তুমি অপবিত্ৰ কৰ্ম কৰিছিলা। সি মোৰ শয্যালৈ উঠি গৈছিল। 5. চিমিয়োন আৰু লেবী দুয়ো ভাই, সিহঁতৰ তৰোৱাল হিংস্ৰতাৰ অস্ত্ৰ। 6. মই নিজে সিহঁতৰ সভালৈ নাহিম; মোৰ হৃদয়ৰ বহু সন্মানৰ বাবে, মই সিহঁতৰ সমাজত যোগ নহম। কিয়নো সিহঁতে ক্ৰোধত নৰ-হত্যা কৰে, আৰু আনন্দ কৰি ষাঁড় গৰুবোৰ বধ কৰে। 7. সিহঁতৰ খং অভিশপ্ত হওক, সেয়ে প্ৰচণ্ড, প্ৰকোপ আৰু নিষ্ঠুৰ মই যাকোবৰ মাজত সিহঁতক ভাগ কৰিম; আৰু ইস্ৰায়েলৰ মাজত সিহঁতক ছিন্ন-ভিন্ন কৰিম। 8. হে যিহূদা, তোমাক হ’লে, নিজৰ ভাইসকলে প্ৰশংসা কৰিব; তোমাৰ হাতে শত্ৰুবোৰৰ ডিঙিত ধৰিব; তোমাৰ পিতৃৰ সন্তান সকলে তোমাৰ আগত প্ৰণিপাত কৰিব। 9. যিহূদা যুবা সিংহ; হে মোৰ বোপা, তুমি পশু ছিৰি পেলোৱাৰ পৰা উঠি আহিলা। সি সিংহৰ দৰে পৰি শুইছে, এনে কি, শক্তিশালী সিংহ[* সিংহিনীৰ দৰে ]ৰ দৰে শুইছে; কোনে তাক জগাব? 10. চীলো নহালৈকে[† চীলো নহালৈকে সেইসকলৰ বাবে অংশভুক্ত হৈ থাকিম ] যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোক সমূহ সেই জনাৰ আজ্ঞাধীন হ’ব। 11. সি দ্ৰাক্ষালতাত নিজৰ ডেকা গাধ, আৰু উত্তম দ্ৰাক্ষালতাত নিজৰ গাধ পোৱালি বান্ধি, নিজ বস্ত্ৰ দ্ৰাক্ষাৰসত, নিজ কাপোৰ দ্ৰাক্ষাদুটিৰ তেজৰূপ ৰসত ধুইছে। 12. তাৰ চকু দ্ৰাক্ষাৰসেৰে ৰঙা, তাৰ দাঁত গাখীৰেৰে বগা। 13. জবূলূনে সমুদ্ৰৰ তীৰত বসতি কৰিব; সি জাহাজবোৰৰ আশ্ৰয়ৰ তীৰ হ’ব; আৰু চীদোনলৈকে তাৰ সীমা হ’ব। 14. ইচাখৰ বলৱান গাধ; সি দুটা গঁৰাল[‡ ‘দুটা গঁৰাল’ মানে হ’ল ‘দুটা বোজা’ ]ৰ মাজত শোৱে। 15. সি জিৰণিক ভাল দেখি, আৰু দেশক সুন্দৰ দেখি, ভাৰ ব’বলৈ নিজৰ কান্ধ পাতি দিলে আৰু কৰি দিবলগীয়া কামৰ ভাৰ লৈ দাস হ’ল। 16. দান ইস্ৰায়েলৰ এক ফৈদ হ’ল; তেওঁ নিজ লোকসকলৰ সোধ-বিচাৰ কৰিব। 17. দান পথৰ দাঁতিত থকা সাপ, সি পথৰ দাঁতিত থকা বিষাক্ত সাপ, যিয়ে ঘোঁৰাৰ ঠেঙত দংশিব পাৰে, য’ত অশ্বাৰোহী জন পাছফালে পৰিব। 18. হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ অপেক্ষা কৰি আছোঁ। 19. গাদ - অশ্বাৰোহীয়ে তেওঁক হ’লে আক্ৰমণ কৰিব; কিন্তু সি সিহঁতৰ পাছফালে আক্ৰমণ কৰিব। 20. আচেৰৰ মাজৰ পৰা নিজৰ উত্তম আহাৰ জন্মিব; সি ৰজাই খাব পৰা সুখাদ্য আহাৰ যোগাব। 21. নপ্তালী মুকলি হোৱা হৰিণ; সি মনোহৰ কথা কয়। 22. যোচেফ ফলৱান গছৰ ডাল; ভুমুকৰ ওচৰত থকা লাগনী গছৰ ডাল; তাৰ ডালবোৰ গড়ৰ ওপৰলৈকে জুৰি যায়। 23. ধনুৰ্দ্ধৰসকলে তাক বৰকৈ ক্লেশ দিলে, আৰু তালৈ কঢ়িয়াই আনি তাক তাড়না কৰিলে; 24. কিন্তু তেওঁৰ অৱশিষ্ট ধনু অতল হৈ থাকিল, আৰু তেওঁৰ হাত দক্ষতাপূৰ্ণ কিয়নো যাকোবৰ একমাত্র পৰাক্ৰমী জনাৰ হাতৰ দ্বাৰাই, কিয়নো তেওঁৰ নাম মেৰ-ছাগৰ ৰখীয়া, ইস্ৰায়েলৰ শিলা। 25. কিয়নো তোমাৰ পিতৃ ঈশ্বৰ, তেৱেঁ তোমাক সহায় কৰিব, কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰ জনাই আশীৰ্ব্বাদ কৰিব, তেওঁ ওপৰত থকা আকাশৰ আশীৰ্ব্বাদৰ সৈতে তলত থকা অগাধ জল, স্তন আৰু গৰ্ভৰ আশীৰ্ব্বাদেৰে, তোমাক আশীৰ্ব্বাদ কৰিব। 26. মোৰ পূর্বপুৰুষসকলৰ[§ অনন্তকলীয়া পৰ্বতত ] আশীৰ্ব্বাদতকৈ তোমাৰ নিজ পিতৃৰ আশীৰ্ব্বাদ ফলদায়ক হ’ল, আৰু চিৰকালীয়া পৰ্ব্বতৰ সীমালৈকে বিয়পি গ’ল। সেয়ে যোচেফৰ মূৰত থকিব; ভায়েক- ককায়েকসকলৰ পৰা পৃথকে থকা জনৰ মূৰৰ তালুত থাকিব। 27. বিন্যামীন পশু ছিৰি পেলাব পৰা ৰাংকুকুৰ। ৰাতিপুৱা সি মৃগ ভক্ষণ কৰিব; সন্ধিয়া পৰত লুটদ্ৰব্য ভগাই দিব।” 28. এই সকলেই হ’ল ইস্ৰায়েলৰ বাৰ ফৈদ; আৰু তেওঁলোকৰ পিতৃয়ে আশীৰ্ব্বাদ কৰি তেওঁলোকক কোৱা কথাও এয়ে। তেওঁলোকৰ প্ৰতিজনকে এইদৰে তেওঁ বিশেষ বিশেষ আশীৰ্ব্বাদেৰে আশীৰ্ব্বাদ কৰিলে। 29. পাছত তেওঁ তেওঁলোকক আজ্ঞা কৰি ক’লে, “মই মোৰ নিজ লোকসকলৰ ওচৰলৈ যাম। হিত্তীয়া ইফ্রোণৰ পথাৰত যি গুহা আছে, তাতে মোৰ ওপৰ-পিতৃসকলৰ সৈতে মোক মৈদাম দিবা। 30. সেই গুহা কনান দেশত মম্ৰিৰ ওচৰৰ মকপেলাৰ পথাৰত আছে, অব্ৰাহামে মৈদাম দিবৰ বাবে সেই গুহা হিত্তীয়া ইফ্রোণৰ পৰা পথাৰে সৈতে কিনি লৈছিল। 31. সেই ঠাইতে অব্ৰাহাম আৰু তেওঁৰ ভাৰ্যা চাৰাক মৈদাম দিয়া হ’ল; সেই ঠাইতে ইচহাক আৰু তেওঁৰ ভাৰ্যা ৰিবেকাকো মৈদাম দিয়া হ’ল, আৰু সেই ঠাইতে মইও লেয়াক মৈদাম দিলোঁ। 32. সেই পথাৰ আৰু গুহা হেতৰ সন্তান সকলৰ পৰা কিনা হৈছিল।” 33. এইদৰে যাকোবে তেওঁৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ পাছত, ভৰি দুখন শয্যাৰ ওপৰত কোঁচ খুৱাই ল’লে আৰু শেষ নিশ্বাস ত্যাগ কৰিলে। পাছত তেওঁৰ লোকসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল।
আদি অধ্যায় 1
আদি অধ্যায় 2
আদি অধ্যায় 3
আদি অধ্যায় 4
আদি অধ্যায় 5
আদি অধ্যায় 6
আদি অধ্যায় 7
আদি অধ্যায় 8
আদি অধ্যায় 9
আদি অধ্যায় 10
আদি অধ্যায় 11
আদি অধ্যায় 12
আদি অধ্যায় 13
আদি অধ্যায় 14
আদি অধ্যায় 15
আদি অধ্যায় 16
আদি অধ্যায় 17
আদি অধ্যায় 18
আদি অধ্যায় 19
আদি অধ্যায় 20
আদি অধ্যায় 21
আদি অধ্যায় 22
আদি অধ্যায় 23
আদি অধ্যায় 24
আদি অধ্যায় 25
আদি অধ্যায় 26
আদি অধ্যায় 27
আদি অধ্যায় 28
আদি অধ্যায় 29
আদি অধ্যায় 30
আদি অধ্যায় 31
আদি অধ্যায় 32
আদি অধ্যায় 33
আদি অধ্যায় 34
আদি অধ্যায় 35
আদি অধ্যায় 36
আদি অধ্যায় 37
আদি অধ্যায় 38
আদি অধ্যায় 39
আদি অধ্যায় 40
আদি অধ্যায় 41
আদি অধ্যায় 42
আদি অধ্যায় 43
আদি অধ্যায় 44
আদি অধ্যায় 45
আদি অধ্যায় 46
আদি অধ্যায় 47
আদি অধ্যায় 48
আদি অধ্যায় 49
আদি অধ্যায় 50
Common Bible Languages
English Bible
Hebrew Bible
Greek Bible
South Indian Languages
Tamil Bible
Malayalam Bible
Telugu Bible
Kannada Bible
West Indian Languages
Hindi Bible
Gujarati Bible
Punjabi Bible
Other Indian Languages
Urdu Bible
Bengali Bible
Oriya Bible
Marathi Bible
×
Alert
×
Assamese Letters Keypad References