অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)

ৰেকৰ্ডসমূহ

গীত অধ্যায় 82

1 {আচফৰ ৰচিত গীত। } ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে; দেৱতাবোৰৰ সেই সভাত তেৱেঁই বিচাৰ কৰে। 2 “কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা) 3 তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায় বিচাৰ কৰা; দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা। 4 দুখীয়া আৰু কঙালক বচোৱা; দুষ্টবোৰৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰা।” 5 তেওঁলোকৰ জ্ঞান আৰু বিচাৰ-বুদ্ধি বুলি একো নাই; চাৰিওফালে অন্ধকাৰতে তেওঁলোক ফুৰে; পৃথিবীৰ আটাই ভিত্তিমূলবোৰ কঁপি উঠিছে। 6 মই ক’লো, “তোমালোকেই দেৱতাবোৰ; তোমালোক সকলোৱেই সৰ্ব্বোপৰি জনাৰ সন্তান। 7 কিন্তু তথাপিও তোমালোক মনুষ্যৰ দৰে মৰিবা; অধিপতিসকলৰ এজনৰ দৰেই তোমালোকৰ পতন হ’ব।” 8 হে ঈশ্বৰ, তুমি উঠা, পৃথিবীৰ বিচাৰ কৰা; কিয়নো সমুদায় জাতি তোমাৰ অধিকাৰত আছে।
1. {আচফৰ ৰচিত গীত। } ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে; দেৱতাবোৰৰ সেই সভাত তেৱেঁই বিচাৰ কৰে। 2. “কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা) 3. তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায় বিচাৰ কৰা; দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা। 4. দুখীয়া আৰু কঙালক বচোৱা; দুষ্টবোৰৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰা।” 5. তেওঁলোকৰ জ্ঞান আৰু বিচাৰ-বুদ্ধি বুলি একো নাই; চাৰিওফালে অন্ধকাৰতে তেওঁলোক ফুৰে; পৃথিবীৰ আটাই ভিত্তিমূলবোৰ কঁপি উঠিছে। 6. মই ক’লো, “তোমালোকেই দেৱতাবোৰ; তোমালোক সকলোৱেই সৰ্ব্বোপৰি জনাৰ সন্তান। 7. কিন্তু তথাপিও তোমালোক মনুষ্যৰ দৰে মৰিবা; অধিপতিসকলৰ এজনৰ দৰেই তোমালোকৰ পতন হ’ব।” 8. হে ঈশ্বৰ, তুমি উঠা, পৃথিবীৰ বিচাৰ কৰা; কিয়নো সমুদায় জাতি তোমাৰ অধিকাৰত আছে।
  • গীত অধ্যায় 1  
  • গীত অধ্যায় 2  
  • গীত অধ্যায় 3  
  • গীত অধ্যায় 4  
  • গীত অধ্যায় 5  
  • গীত অধ্যায় 6  
  • গীত অধ্যায় 7  
  • গীত অধ্যায় 8  
  • গীত অধ্যায় 9  
  • গীত অধ্যায় 10  
  • গীত অধ্যায় 11  
  • গীত অধ্যায় 12  
  • গীত অধ্যায় 13  
  • গীত অধ্যায় 14  
  • গীত অধ্যায় 15  
  • গীত অধ্যায় 16  
  • গীত অধ্যায় 17  
  • গীত অধ্যায় 18  
  • গীত অধ্যায় 19  
  • গীত অধ্যায় 20  
  • গীত অধ্যায় 21  
  • গীত অধ্যায় 22  
  • গীত অধ্যায় 23  
  • গীত অধ্যায় 24  
  • গীত অধ্যায় 25  
  • গীত অধ্যায় 26  
  • গীত অধ্যায় 27  
  • গীত অধ্যায় 28  
  • গীত অধ্যায় 29  
  • গীত অধ্যায় 30  
  • গীত অধ্যায় 31  
  • গীত অধ্যায় 32  
  • গীত অধ্যায় 33  
  • গীত অধ্যায় 34  
  • গীত অধ্যায় 35  
  • গীত অধ্যায় 36  
  • গীত অধ্যায় 37  
  • গীত অধ্যায় 38  
  • গীত অধ্যায় 39  
  • গীত অধ্যায় 40  
  • গীত অধ্যায় 41  
  • গীত অধ্যায় 42  
  • গীত অধ্যায় 43  
  • গীত অধ্যায় 44  
  • গীত অধ্যায় 45  
  • গীত অধ্যায় 46  
  • গীত অধ্যায় 47  
  • গীত অধ্যায় 48  
  • গীত অধ্যায় 49  
  • গীত অধ্যায় 50  
  • গীত অধ্যায় 51  
  • গীত অধ্যায় 52  
  • গীত অধ্যায় 53  
  • গীত অধ্যায় 54  
  • গীত অধ্যায় 55  
  • গীত অধ্যায় 56  
  • গীত অধ্যায় 57  
  • গীত অধ্যায় 58  
  • গীত অধ্যায় 59  
  • গীত অধ্যায় 60  
  • গীত অধ্যায় 61  
  • গীত অধ্যায় 62  
  • গীত অধ্যায় 63  
  • গীত অধ্যায় 64  
  • গীত অধ্যায় 65  
  • গীত অধ্যায় 66  
  • গীত অধ্যায় 67  
  • গীত অধ্যায় 68  
  • গীত অধ্যায় 69  
  • গীত অধ্যায় 70  
  • গীত অধ্যায় 71  
  • গীত অধ্যায় 72  
  • গীত অধ্যায় 73  
  • গীত অধ্যায় 74  
  • গীত অধ্যায় 75  
  • গীত অধ্যায় 76  
  • গীত অধ্যায় 77  
  • গীত অধ্যায় 78  
  • গীত অধ্যায় 79  
  • গীত অধ্যায় 80  
  • গীত অধ্যায় 81  
  • গীত অধ্যায় 82  
  • গীত অধ্যায় 83  
  • গীত অধ্যায় 84  
  • গীত অধ্যায় 85  
  • গীত অধ্যায় 86  
  • গীত অধ্যায় 87  
  • গীত অধ্যায় 88  
  • গীত অধ্যায় 89  
  • গীত অধ্যায় 90  
  • গীত অধ্যায় 91  
  • গীত অধ্যায় 92  
  • গীত অধ্যায় 93  
  • গীত অধ্যায় 94  
  • গীত অধ্যায় 95  
  • গীত অধ্যায় 96  
  • গীত অধ্যায় 97  
  • গীত অধ্যায় 98  
  • গীত অধ্যায় 99  
  • গীত অধ্যায় 100  
  • গীত অধ্যায় 101  
  • গীত অধ্যায় 102  
  • গীত অধ্যায় 103  
  • গীত অধ্যায় 104  
  • গীত অধ্যায় 105  
  • গীত অধ্যায় 106  
  • গীত অধ্যায় 107  
  • গীত অধ্যায় 108  
  • গীত অধ্যায় 109  
  • গীত অধ্যায় 110  
  • গীত অধ্যায় 111  
  • গীত অধ্যায় 112  
  • গীত অধ্যায় 113  
  • গীত অধ্যায় 114  
  • গীত অধ্যায় 115  
  • গীত অধ্যায় 116  
  • গীত অধ্যায় 117  
  • গীত অধ্যায় 118  
  • গীত অধ্যায় 119  
  • গীত অধ্যায় 120  
  • গীত অধ্যায় 121  
  • গীত অধ্যায় 122  
  • গীত অধ্যায় 123  
  • গীত অধ্যায় 124  
  • গীত অধ্যায় 125  
  • গীত অধ্যায় 126  
  • গীত অধ্যায় 127  
  • গীত অধ্যায় 128  
  • গীত অধ্যায় 129  
  • গীত অধ্যায় 130  
  • গীত অধ্যায় 131  
  • গীত অধ্যায় 132  
  • গীত অধ্যায় 133  
  • গীত অধ্যায় 134  
  • গীত অধ্যায় 135  
  • গীত অধ্যায় 136  
  • গীত অধ্যায় 137  
  • গীত অধ্যায় 138  
  • গীত অধ্যায় 139  
  • গীত অধ্যায় 140  
  • গীত অধ্যায় 141  
  • গীত অধ্যায় 142  
  • গীত অধ্যায় 143  
  • গীত অধ্যায় 144  
  • গীত অধ্যায় 145  
  • গীত অধ্যায় 146  
  • গীত অধ্যায় 147  
  • গীত অধ্যায় 148  
  • গীত অধ্যায় 149  
  • গীত অধ্যায় 150  
×

Alert

×

Assamese Letters Keypad References