জখ 12 : 1 (IRVAS)
{যিহোৱাই তেওঁৰ প্ৰজাসকলৰ ঢালস্বৰূপ হোৱা। লোকসকলৰ মন-পালটন আৰু তাৰ ফল। } ইস্ৰায়েলৰ বিষয়ে যিহোৱাৰ বক্তব্য - এয়ে যিহোৱাৰ ঘোষণা, যি জন আকাশ মণ্ডল বিস্তাৰ কৰোঁতা, পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰোঁতা আৰু মনুষ্যৰ অন্তৰত আত্মা গঠন কৰোঁতা:

1 2 3 4 5 6 7 8 9 10 11 12 13 14