জখ 10 : 1 (IRVAS)
{ইস্ৰায়েললৈ কৰা যিহোৱাৰ মঙ্গল প্ৰতিজ্ঞা। } তোমালোকে বসন্তকালৰ সময়ত যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা- ধুমুহা-বৰষুণ সৃষ্টি কৰোঁতা যিহোৱা তেৱেঁই! আৰু তেৱেঁই তেওঁলোকৰ বাবে জাকে জাকে বৰষুণ দিব, মানুহ আৰু পথাৰ উভয়ৰ বাবেই বৰষুণ বৰষাব।

1 2 3 4 5 6 7 8 9 10 11 12