প্ৰকাশিত বাক্য 4 : 1 (IRVAS)
স্বৰ্গনিবাসী লোকৰ আৰু তেওঁলোকৰ আৰাধনাৰ দৰ্শন সেই সকলোৰ পাছত মই চাই দেখিলোঁ, স্বৰ্গত এখন দুৱাৰ মেলা আছে আৰু মোৰে সৈতে কথা হোৱা, তূৰীৰ মাতৰ দৰে, যি মাত মই প্ৰথমে শুনিছিলোঁ, তেনে মাতেৰে কোনোবাই ক’লে, “ইয়ালৈ উঠি আহা; ইয়াৰ পাছত যি যি ঘটিব লাগে, সেইবোৰ মই তোমাক দেখুৱাম”।

1 2 3 4 5 6 7 8 9 10 11