প্ৰকাশিত বাক্য 16 : 21 (IRVAS)
আৰু মানুহৰ ওপৰত, আকাশৰ পৰা এমোন এমোন গধুৰৰ মহা-শিলাবৃষ্টি হ’ল; এই শিলা-বৃষ্টিৰূপ উৎপাতৰ কাৰণে মানুহে ঈশ্বৰক নিন্দা কৰিলে; কিয়নো সেই উৎপাত অতি ভয়ানক।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21