গীত 9 : 1 (IRVAS)
{প্ৰধান বাদ্যকৰৰ নিমিত্তে: মূৎ-লব্বেন সুৰত গোৱা দায়ুদৰ ৰচিত গীত। } হে যিহোৱা, মই মোৰ সমস্ত হৃদয়েৰে তোমাৰ ধন্যবাদ কৰিম, আৰু তোমাৰ সকলো আচৰিত কার্যবোৰ বর্ণনা কৰিম।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20