গীত 80 : 1 (IRVAS)
প্ৰধান বাদ্যকৰৰ নিমিত্তে: চোচন্নীম-এদূৎ সুৰত গাবলগীয়া আচফৰ ৰচিত গীত হে ইস্ৰায়েলৰ ৰখীয়া, কাণ পাতা; তুমি যোচেফৰ বংশক মেৰ-ছাগৰ জাকৰ দৰে চলাই আনিছা! তুমি কৰূববোৰৰ ওপৰত বহি, আমাৰ ওপৰত তোমাৰ দীপ্তি প্ৰকাশ কৰিছা!

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19