গীত 79 : 1 (IRVAS)
{আচফৰ ৰচিত গীত। } হে ঈশ্বৰ, আন জাতিবোৰে আহি তোমাৰ আধিপত্যত সোমাল; তেওঁলোকে তোমাৰ পবিত্ৰ মন্দিৰ অশুচি কৰিলে; তেওঁলোকে যিৰূচালেমক ধ্বংসৰ স্তূপ কৰিলে।

1 2 3 4 5 6 7 8 9 10 11 12 13