গীত 7 : 1 (IRVAS)
{বিন্যামীনীয়া কুচৰ নিমিত্তে: যিহোৱাৰ উদ্দেশ্যে দায়ুদে গোৱা চিগগায়োন নামৰ গীত। } হে মোৰ ঈশ্বৰ যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ! মোৰ পাছে পাছে খেদি অহাবোৰৰ পৰা মোক ৰক্ষা কৰা, মোক উদ্ধাৰ কৰা।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17