গীত 63 : 1 (IRVAS)
{যিহূদাৰ অৰণ্যত থকা সময়ত দায়ূদৰ ৰচিত গীত। } হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ; আন্তৰিকতাৰে মই তোমাক বিচাৰিম; পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে, মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে।

1 2 3 4 5 6 7 8 9 10 11