গীত 58 : 1 (IRVAS)
{প্ৰধান বাদ্যকৰৰ নিমিত্তে অলতচহেৎ সুৰত গাবলগীয়া মিকটাম নামে দায়ুদৰ ৰচিত গীত। } তোমালোকে বাস্তৱিকতে ধৰ্মৰ কথা কবলগীয়া সময়ত নীৰৱ হৈ থকা নাই নে? হে শাসকসকল* তোমালোক দেৱতাবোৰৰ দৰে বোবা , তোমালোকে জানো ন্যায় ভাৱে ন্যায় বিচাৰ কৰা?

1 2 3 4 5 6 7 8 9 10 11