গীত 27 : 1 (IRVAS)
দায়ুদৰ ৰচিত গীত যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ; মই কাক ভয় কৰিম? যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ, মই কাৰ বাবে ত্ৰাসযুক্ত হম?

1 2 3 4 5 6 7 8 9 10 11 12 13 14