গীত 17 : 1 (IRVAS)
{দায়ুদৰ প্ৰাৰ্থনা। } হে যিহোৱা, তুমি ন্যায় কথা শুনা; মোৰ কাতৰোক্তিলৈ মনোযোগ দিয়া; ছলনাকাৰী ওঁঠেৰে নকৰা মোৰ প্ৰাৰ্থনালৈ কাণ পাতা।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15