গীত 15 : 1 (IRVAS)
{দায়ুদৰ ৰচিত গীত। } হে যিহোৱা তোমাৰ আবাস-তম্বুত বাস কৰাৰ যোগ্য কোন? তোমাৰ পবিত্ৰ পৰ্ব্বতত বসতি কৰাৰ যোগ্য কোন?

1 2 3 4 5