গীত 144 : 1 (IRVAS)
দায়ুদৰ ৰচিত গীত যিহোৱাৰ প্রশংসা হওঁক; তেওঁ মোৰ আশ্রয়-শিলা; তেওঁ মোৰ হাতক যুদ্ধ কৰিবলৈ শিকায়, মোৰ আঙুলিবোৰকো ৰণ কৰিবলৈ শিকায়।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15