গীত 141 : 1 (IRVAS)
দায়ুদৰ ৰচিত গীত হে যিহোৱা, মই তোমাক মাতিছো; তুমি শীঘ্রেই মোৰ ওচৰলৈ আহাঁ। মই প্ৰাৰ্থনা কৰা কালত তুমি মোৰ স্বৰলৈ কাণ পাতা।

1 2 3 4 5 6 7 8 9 10