গীত 127 : 1 (IRVAS)
চলোমনৰ ৰচিত যাত্ৰাৰ সঙ্গীত যিহোৱাই গৃহ নিৰ্ম্মাণ নকৰিলে, নিৰ্ম্মাণ কৰাসকলৰ পৰিশ্ৰম বৃথা; যিহোৱাই নগৰ ৰক্ষা নকৰিলে, ৰখীয়াই পৰ দিয়াও মিছা।

1 2 3 4 5