গীত 126 : 1 (IRVAS)
{যাত্ৰাৰ সঙ্গীত। } যিহোৱাই যেতিয়া চিয়োনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিলে[* যেতিয়া যিহোৱাই নির্বাসনৰ পৰা পুনৰ চিয়োনলৈ আনিলে, তেতিয়া ইয়াক পুনৰ উর্বৰ কৰিলে। (চিয়োনৰ আন নাম ‘যিৰুচালেম’।) ], তেতিয়া আমি সপোন দেখা মানুহৰ নিচিনা হ’লো।

1 2 3 4 5 6