গীত 110 : 1 (IRVAS)
{দায়ুদৰ ৰচিত গীত। } যিহোৱাই মোৰ প্ৰভুক ক’লে, “যেতিয়ালৈকে মই তোমাৰ শত্রুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ, তেতিয়ালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।”

1 2 3 4 5 6 7