নহি 8 : 1 (IRVAS)
{লোক সকলক শিক্ষা দিয়া, আৰু পঁজা-পৰ্ব্ব পালন কৰা। সপ্তম মাহত ইস্ৰায়েলৰ সন্তান সকল নিজৰ নগৰত আছিল। } জল-দুৱাৰৰ আগত থকা মুকলি ঠাইত এটা উদ্দেশ্যৰ কাৰণে সকলো লোকে নিজকে একগোট কৰিলে। ইস্ৰায়েলৰ বাবে যিহোৱাই আদেশ কৰা মোচিৰ ব্যৱস্থা পুস্তক আনিবলৈ তেওঁলোকে ইজ্ৰা অধ্যাপকক ক’লে।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18