নহি 2 : 1 (IRVAS)
{নহিমিয়াই যিৰূচালেমলৈ যাত্ৰা কৰা আৰু তাৰ গড় চোৱা। } ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্বৰ বিশ বছৰৰ নীচান মাহত, তেওঁ দ্ৰাক্ষাৰস বাছি ল’লে, আৰু মই সেই দ্ৰাক্ষাৰস লৈ ৰজাক দিলোঁ। তাৰ আগেয়ে মই ৰজাৰ আগত কেতিয়াও মুখ মলিন কৰা নাই।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20