মীখ 6 : 1 (IRVAS)
{যিহোৱাৰ অভিযোগ আৰু লোকসকলৰ উত্তৰ। } যিহোৱাই যি কৈছে, এতিয়া তোমালোকে শুনা। মীখাই তেওঁক ক’লে, “উঠক আৰু পৰ্ব্বতবোৰৰ সন্মুখত আপোনাৰ অৱস্থাৰ বিষয়ে কওক, পাহাৰবোৰক আপোনাৰ মাত শুনিবলৈ দিয়ক।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16