লেবীয়া 3 : 1 (IRVAS)
{মঙ্গলাৰ্থক বলিৰ নিয়ম। } যদি কোনো এজন লোকৰ উপহাৰ মঙ্গলাৰ্থক* যাত্ৰা 20:24 বলি হয়, তেন্তে পশুৰ জাকৰ মতা বা মাইকীয়েই হওঁক, তাক উৎসৰ্গ কৰিলে, তেওঁ যিহোৱাৰ সন্মুখত এটা নিৰ্ঘূণী পশু উৎসৰ্গ কৰিব।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17