বিচাৰ 15 : 1 (IRVAS)
{পলেষ্টীয়াসকলৰ ওপৰত চিমচোনে প্ৰতিকাৰ সধা। } কিছু দিনৰ পাছত ঘেঁহুধান দাবৰ সময়ত চিমচোনে এটা ছাগলী লগত লৈ নিজৰ পত্নীৰে সৈতে সাক্ষাৎ হ’বৰ বাবে গৈ ক’লে, “মই মোৰ পত্নীৰ ওচৰত যাবৰ বাবে ভিতৰ কোঠালিলৈ যাওঁ”; কিন্তু তাইৰ বাপেকে তেওঁক ভিতৰলৈ যাব নিদিলে।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20