বিচাৰ 14 : 18 (IRVAS)
পাছত সপ্তম দিনা সূৰ্য মাৰ যোৱাৰ আগেয়ে সেই নগৰত থকা লোকসকলে তেওঁক ক’লে, “মৌতকৈ মিঠা কি? আৰু সিংহতকৈ বলৱান কোন?” তাতে চিমচোনে তেওঁলোকক ক’লে, “তোমালোকে মোৰ চেঁউৰী গৰুৰে হাল নোবোৱা হ’লে[* ‘মোৰ চেঁউৰী গৰুৰে হাল নোবোৱা হ’লে’ মানে হল ‘মোৰ পত্নীৰ সৈতে আলোচনা নকৰা হলে’। ], মোৰ সাঁথৰৰ অৰ্থ উলিয়াব নোৱাৰিলা হয়।”

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20